ETV Bharat / briefs

ভগ্নী বন্ধুৰ হত্যাকাৰীক বিচাৰি কেৰালা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত - ভগ্নী বন্ধুৰ হত্যাকাৰীক বিচাৰি কেৰালা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

আখিল আৰু বাসিল ইলদোসৰ ভনীয়েকৰ মাজত আছিল ঘনিষ্ঠ সৰ্ম্পক । কোন এই আখিল আৰু বাসিল ইলদোস ?

Kerala Police launch manhunt for man who slashed sister's friend

author img

By

Published : Jun 8, 2020, 9:29 PM IST

কেৰালা, ৮ জুন : কেৰালা পুলিছে বাসিল ইলদোসক গ্ৰেপ্তাৰৰ বাবে আৰম্ভ কৰিছে তদন্ত । বাসিল ইলদোসে দেওবাৰে নিশা ভনীয়েকৰ ঘনিষ্ঠ বন্ধু আখিলক মুভাত্তুপুঝায়ত তৰোৱালেৰে আক্ৰমণ কৰে । এই আক্ৰমণত গুৰুতৰভাৱে আহত আখিল বৰ্তমানে কেৰালাৰ কোট্টায়েম মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে ।

Kerala Police launch manhunt for man who slashed sister's friend
ভগ্নী বন্ধুৰ হত্যাকাৰীক বিচাৰি কেৰালা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

দেওবাৰে নিশা আখিলে বন্ধু এজনৰ লগত মেডিকেল ষ্ট'ৰত মাস্ক ক্ৰয় কৰিবলৈ আহোতে বাইকত অহা দুজন লোকে তৰোৱালেৰে আক্ৰমণ কৰে । এই ঘটনাত আখিল গুৰুতৰভাৱে আহত হয় আৰু আখিলৰ বন্ধুজনৰ কথমপি প্ৰাণৰক্ষা পৰে ।

আখিল ইঞ্জিনীয়াৰিঙৰ শিক্ষার্থী । আখিল আৰু বাসিল ইলদোসৰ ভনীয়েকৰ মাজত ঘনিষ্ঠ সৰ্ম্পক আছে । ইলদোসৰ খ্ৰীষ্টান আৰু আখিল অনুসূচিত জাতিৰ । বৰ্তমান আৰক্ষী উপ অধীক্ষক মহম্মদ ৰিয়াজে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.