ETV Bharat / briefs

এইবাৰ দক্ষিণ কামৰূপত দেখা দিছে ভয়াৱহ এনকেফেলাইটিছে

বৰ্তমান সময়ত আতংকৰ অন্য এটা নাম হৈছে জাপানীজ এনকেফেলাইটিছ । কাৰণ ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে ভয়াৱহ এনকেফেলাইটিছে ।

author img

By

Published : Jul 3, 2019, 8:07 PM IST

দক্ষিণ কামৰূপত দেখা দিছে ভয়াৱহ এনকেফেলাইটিছ ৰোগে

দক্ষিণ কামৰূপ,৩ জুলাইঃ ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । উজনিৰ পিছত এইবাৰ আতংকই দেখা দিছে দক্ষিণ কামৰূপত । জাপানীজ এনকেফেলাইটিছৰ কৱলত পৰিছে দক্ষিণ কামৰূপৰ পলাশবাৰী বজাৰাপাৰা অঞ্চল । ইতিমধ্যে এই অঞ্চলৰ এগৰাকী যুৱতী এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত চিকিৎসাধীন হৈ আছে আমিনগাঁওস্থিত জি এন আৰ চিত ।

দক্ষিণ কামৰূপত দেখা দিছে ভয়াৱহ এনকেফেলাইটিছ ৰোগে

কেইদিনমানধৰি জ্বৰত আক্ৰান্ত হৈ থকা যুৱতীগৰাকীয়ে হঠাৎ ডিঙিত কিছু বিষ অনুভৱ কৰি মজিয়াতে ঢলি পৰিছিল । তাৰপিছতে পানবজাৰস্থিত এম এম চি এইচত ভৰ্তি কৰাই যদিও অৱস্থা গুৰুতৰ হোৱাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় আমিনগাঁওস্থিত জি এন আৰ চিত । তাৰপিছতে যুৱতীগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি অৱগত কৰে যাৰবাবে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী । গাঁওখনত পূৰ্বে কেতিয়াও নোহোৱা এই ৰোগবিধৰ বাবে আতংকিত হৈ পৰিছে পলাশবাৰীৰ বজাৰাপাৰাৰ লোকসকল । যাৰবাবে এতিয়া প্ৰশাসনৰ সহায় বিচাৰিছে গাঁওবাসীয়ে ।

Intro:বৰ্তমান সময়ত আতংকৰ অন্য এটা নাম হৈছে জাপানীজ এনকেফেলাইটিজ । এইবাৰ দক্ষিণ কামৰূপত দেখা দিছে ভয়াৱহ এনকেফেলাইটিজ ।Body:Vo. ৰাজ্যত সংহাৰী ৰূপ ধাৰন কৰিছে জাপানীজ এনকেফেলাইটিজে । বিহাৰত জাপানীজ এনকেফেলাইটিজৰ মহামাৰী ৰূপ ধাৰন কৰি মৃত্যুমুখত পৰিছিল প্ৰায় ডেৰ শতাধিক লোক । এতিয়া অসমতো ধাৰন কৰিছে সংহাৰী ৰূপ । উজনিৰ পিছত এইবাৰ আতংকই দেখা দিছে দক্ষিণ কামৰূপত । জাপানীজ এনকেফেলাইটিজৰ কৱলত পৰিছে দক্ষিণ কামৰূপৰ পলাশবাৰী বজাৰাপাৰাত । বৰ্তমানলৈ ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ ফলত মৃ্ত্যুমুখত পৰিছে ২৮ জনকৈ লোক আৰু বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ বহুতো জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত লোক । ক্ৰমান্থয়ে যেন বৃদ্ধি পাইছে আক্ৰান্তলোকৰ সংখ্যা ।
দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বজাৰাপাৰাতো আক্ৰান্ত হৈছে এগৰাকী লোক । জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ বৰ্তমান আমিনগাওস্থিত GNRCত চিকিৎসাধীন হৈ পলাশবাৰীৰৰ বজাৰাপাৰাৰ মিনতি দাস নামৰ এগৰাকী যুৱতী । কেইদিনমানধৰি জ্বৰত আক্ৰান্ত হৈ থাকি হঠাৎ ডিঙিত কিছু বিষ অনুভৱ কৰি মজিয়াতে ঢলি পৰিছিল যুৱতীগৰাকী তাৰপিছতে ততাতৈয়াকৈ পানবজাৰস্থিত MMCHত ভৰ্তি কৰাই যদিও অৱস্থা গুৰুত্বৰ বাবে আমিনগাওস্থিত GNRC হস্পিটালত ভৰ্তি কৰে তাৰপিছতে যুৱতীগৰাকী জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হোৱা বুলি অৱগত কৰে যাৰবাবে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী ৰাইজ ।

Bite1&2..পৰিয়ালৰ লোক ।
Conclusion:আনহাতে গাওখনত পুৰ্বে কেতিয়াও নোহোৱা এই ৰোগবিধৰ বাবে আতংকিত হৈ পৰিছে পলাশবাৰীৰ বজাৰাপাৰাৰ লোকসকল । যাৰবাবে গাওবাসীয়ে এতিয়া বিছাৰিছে প্ৰসাশনৰ সহায় ।

Bite3..গাওবুঢ়া ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.