ETV Bharat / briefs

আমেৰিকা দূতাবাসত আক্ৰমনৰ লক্ষ্য কৰি প্ৰেৰণ কৰা ৰকেটক বাধা ইৰাকৰ - অল আৰবিয়াৰ সংবাদদাতা

ইৰাকৰ ৰাজধানী বাগবাদস্থিত আমেৰিকা দূতাবাসক লক্ষ্য কৰি কেইবাবাৰো আক্ৰমন চলোৱা হৈছিল । বিগত অক্টোবৰ মাহৰ পৰা ইৰাকত প্ৰায় ২১ বাৰ আক্ৰমন কৰা হৈছিল বুলি জানিব পৰা গৈছে।

US Embassy in Baghdad
আমেৰিকা দূতাবাসত আক্ৰমনৰ লক্ষ্য কৰি প্ৰেৰণ কৰা ৰকেটক বাধা ইৰাকৰ
author img

By

Published : Jul 5, 2020, 1:34 PM IST

নিউজ ডেস্ক, ৫ জুলাইঃ বাগদাদস্থিত আমেৰিকা দূতাবাসৰ ওপৰত হোৱা ৰকেট আক্ৰমনক ইৰাকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰে বাধা প্ৰদান কৰা হয় । অল আৰবিয়াৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি, ইৰাক বায়ু প্ৰতিৰক্ষা ব্য়ৱস্থাই বাগদাদস্থিত আমেৰিকা দূতাবাসক আক্ৰমনৰ লক্ষ্য কৰি প্ৰেৰণ কৰা ৰকেটক বাধা প্ৰদান কৰে ।

ইয়াৰ পূৰ্বে কেইবাবাৰো ইৰাকৰ ৰাজধানী বাগবাদস্থিত আমেৰিকা দূতাবাসক লক্ষ্য কৰি আক্ৰমন চলোৱা হৈছিল । চলিত বৰ্ষৰ মে' মাহতো আমেৰিকা দূতাবাসক উদ্দেশ্য়ি ৰকেটেৰে আক্ৰমন কৰিছিল । কিন্তু এই আক্ৰমনত কোনো লোক হতাহত হোৱা নাছিল । উল্লেখ্য যে, বিগত অক্টোবৰ মাহৰ পৰা ইৰাকত প্ৰায় ২১ বাৰ আক্ৰমন কৰা হৈছিল ।

লগতে পঢ়ক : আমেৰিকাৰ 244 সংখ্যক স্বাধীনতা দিৱসত মোডীৰ শুভেচ্ছা বাৰ্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.