ETV Bharat / briefs

অসম জাতীয় বিদ্যালয়ৰ শিৰত সাফল্যৰ মুকুট - হাইমাদ্ৰাছা

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসম জাতীয় বিদ্যালয়ৰ প্ৰিয়ংকা কলিতাই পঞ্চম স্থান লাভ কৰাৰ বিপৰীতে মুঠ ১৫৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০শতাংশই উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য অসম জাতীয় বিদ্যালয়ৰ
author img

By

Published : May 15, 2019, 4:09 PM IST

Updated : May 15, 2019, 4:19 PM IST

গুৱাহাটী,১৫মে' : আজি ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত পুনৰবাৰ জিলিকিল নুনমাটিস্থিত অসম জাতীয় বিদ্যালয় । বিদ্যালয়খনৰ প্ৰিয়ংকা কলিতাই পঞ্চম স্থান লাভ কৰাৰ বিপৰীতে মুঠ ১৫৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০শতাংশই উত্তীৰ্ণ হ'বলৈ সক্ষম হয় ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য অসম জাতীয় বিদ্যালয়ৰ

বিদ্যালয়খনৰ পৰা ডিষ্টিংচনসহ ৫৭গৰাকী, ষ্টাৰ ৪২গৰাকী উত্তীৰ্ণ হোৱাৰ লগতে প্ৰথম বিভাগত ১৪৬ গৰাকী, দ্বিতীয় বিভাগ ৯ গৰাকী আৰু তৃতীয় বিভাগত এগৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । অসমীয়াত ৯৪ গৰাকী, ইংৰাজীত ৮৬গৰাকী, বিজ্ঞানত ৬৬গৰাকী, সমাজ বিজ্ঞানত ৮১গৰাকী, অংকত ৯৬গৰাকী, ঐচ্ছিক গণিতত ৪৩গৰাকী, কম্পিউটাৰত ২৮গৰাকী, ভূগোলত ১গৰাকী ,সংগীতত ৪গৰাকী আৰু আন বিষয়ত ২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ লাভ কৰে । বিদ্যালয়খনৰ চিমি বৈশ্য নামৰ ছাত্ৰী এগৰাকীয়ে তিনিটাকৈ বিষয়ত ১০০ নম্বৰ লাভ কৰে ।

Intro:আজি ঘোষিত হল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল । এই ফলাফলত পুনৰবাৰ জিলিকিল অসম জাতীয় বিদ্যালয় । বিদ্যালয় খনৰ এগৰাকী ছাত্ৰীয়ে পঞ্চম স্থান দখল কৰাৰ সমান্তৰালভাৱে এই বাৰ বিদ্যালয় খনৰ ফলাফল খুবেই সন্তোষজনক । মুঠ ১৫৬ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০% উত্তীৰ্ণ হৈছে । ফলাফলক লৈ আনন্দিত শিক্ষক সকল ।

বাইট

এই বৰ্ষত অসম জাতীয় বিদ্যালয়ৰ ফলাফল যথেষ্ট উৎসাহজনক । এইবাৰ বিদ্যালয় খনৰ,ড্ৰিষ্টিংচন ৫৭গৰাকী, ষ্টাৰ ৪২,প্ৰথম বিভাগ ১৪৬ গৰাকী, দ্বিতীয় বিভাগ ৯ গৰাকী, তৃতীয় বিভাগ ১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । লগতে অসমীয়া ৯৪ গৰাকী, ইংৰাজী ৮৬,বিজ্ঞান ৬৬,সমাজ বিজ্ঞান ৮১,অংক ৯৬,ঐচ্ছিক গনিত ৪৩,কম্পিউটাৰ ২৮,ভূগোল ১,সংগীত ৪,লগতে আন বিষয়ত ২৯ গৰাকী ছাত্ৰ ছাত্ৰী য়ে লেটাৰ নম্বৰ লাভ কৰিছে ।বিদ্যালয় খনৰ চিমি বৈশ্য নামৰ ছাত্ৰী গৰাকীয়ে তিনিটাকৈ বিষয়ত ১০০ নম্বৰ লাভ কৰে । নুনমাটি অসম জাতীয় বিদ্যালয়ৰ এনে ফলাফলে সকলোকে আনন্দিত কৰি তুলিছে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
Last Updated : May 15, 2019, 4:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.