ETV Bharat / briefs

কাছাৰত ধন লৈ নিযুক্তি আশাকৰ্মীক!! উত্তপ্ত পৰিস্থিতি

কাছাৰৰ বৰখলা স্বাস্থ্যকেন্দ্ৰত ৰেখা ৰাণী দাস নামৰ আশা কৰ্মীগৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ সুযোগ লৈ আন এগৰাকী মহিলাক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে ৷

author img

By

Published : May 9, 2019, 10:31 PM IST

কাছাৰত ধন লৈ নিযুক্তি আশাকৰ্মী

কাছাৰ,৯মে': বৃহস্পতিবাৰে কাছাৰৰ বৰখলা স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্বাস্থ্য কেন্দ্ৰটোত এগৰাকী আশা কৰ্মী অসুস্থ হোৱাৰ সুযোগ লৈ আন এগৰাকী মহিলাক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হয় স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে।

কাছাৰত ধন লৈ নিযুক্তি আশাকৰ্মী

ঘটনা অনুসৰি,কাছাৰৰ বৰখলা স্বাস্থ্যকেন্দ্ৰৰ ৰেখা ৰাণী দাস নামৰ আশাকৰ্মীগৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ বাবে কিছুদিন কামলৈ অহা নাছিল। সেই সুযোগতে স্বাস্থ্যকেন্দ্ৰটোৰ বিষয়াগৰাকীয়ে চামিম আখতাৰ নামৰ আন এগৰাকী মহিলাৰ পৰা ধন লৈ মহিলাগৰাকীক আশাকৰ্মী পদত নিযুক্তি দিছিল। আনহাতে,ৰেখা ৰাণী দাসক কোনো খবৰ নিদিয়াকৈ কামৰ পৰা অব্যাহতি দিয়া বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। যাৰ বাবে বৃহস্পতিবাৰে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইফালে,চামিম আখতাৰে নিযুক্তিৰ বাবে কোনো ধন বিষয়াগৰাকীক দিয়া নাই বুলি মন্তব্য কৰে।

Intro:Body:আকৌ কাছৰৰ বৰখলা স্বাস্থ্যকেন্দ্ৰ লৈ বিতৰ্ক ৷ এগৰাকী আসা কৰ্মীৰ অসুস্থতাৰ সুযোগতে টকাৰ বিনিময়ত আন এগৰাকী মহিলাৰ নিযুক্তিৰ অভিযোগ বিপি এম সামিম আকতাৰ আৰু স্বাস্থ্যকেন্দ্ৰৰ ইনচাৰ্জ মেনেজাৰ সিংৰ উপৰোত ৷ এফালে বিপি এমৰ দাবি নিযুক্তিৰ মাজত কোনো অৰ্থ লোৱা নাই ৷এন আৰ এইচ এমৰ গাইড লাইনত নিযুক্তি হইচে। আনফালে আসাৰ পৰিবাৰৰ দাৰি ৰেখা ৰাণীৰ দাসক কোনো নোটিছ না দি তেওঁৰ অব্যাহতি দিলে স্বাস্থ্যকেন্দ্ৰৰ কৰ্মকৰ্তা সকলে ৷ আনফালে ৰাজৰ অভিযোগ স্বাস্থ্যকেন্দ্ৰৰ দুৰ্নীতিৰ পিছত কিয় স্বাস্থ্য বিভাগৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.