ETV Bharat / briefs

মহানগৰীৰ নলাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

গুৱাহাটী মহানগৰীৰ সাতগাঁৱৰ নলাত উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ, আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে

author img

By

Published : Apr 30, 2019, 8:30 PM IST

নলাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

গুৱাহাটী,৩০ এপ্ৰিলঃ গুৱাহাটী মহানগৰীত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। সাতগাঁৱৰ বাসন্তী বজাৰৰ সমীপৰ নলাত উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ। নৱজাতকটোৰ মৃতদেহ দেখাৰ লগে-লগে হাহাকাৰ সৃষ্টি হয় অঞ্চলটোত। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত সাতগাওঁ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজৰ সন্দেহ অনুযায়ী কোনো পাষণ্ড মাতৃয়ে অবৈধ ভাৱে প্ৰসৱ কৰি এনেদৰে পেলাই থৈ গৈছে নৱজাতকটিক। আৰক্ষীয়ে ইতিমধ্যেই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

নলাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

আৰু চাবলৈ : শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

মহানগৰীত পুনৰ সংঘটিত হ'ল আন এক  হৃদয় বিদাৰক ঘটনা। নলাত উদ্ধাৰ হ'ল নৱজাতকৰ মৃতদেহ ৷ সাতগাওৰ বাসন্তী বজাৰৰ সমীপৰ নলাত উদ্ধাৰ হ'ল এটি নৱজাতকৰ মৃতদেহ। নৱজাতকটোৰ মৃতদেহ দেখাৰ লগে লগে হুৱা দুৱা লাগে অঞ্চলটোত ৷  স্থানীয় ৰাইজৰ সন্দেহ কোনো পাষণ্ড মাতৃয়ে অবৈধ ভাৱে প্ৰসৱ কৰি সমাজৰ গ্লানীৰ ভয়ত নবজাতকটোক এনেদৰে নলাত পেলাই থৈ গৈছে ।  স্থানীয় ৰাইজে মৃতদেহতো প্ৰত্যক্ষ কৰাৰ লগে লগে  খবৰ দিয়ে আৰক্ষীক । ঘটনাস্থলীত সাতগাও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নৱজাতকটোৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰন কৰে আৰক্ষীয়ে ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.