ETV Bharat / briefs

শক্তি বিভাগৰ নাভূত নাশ্ৰুত কাণ্ড গোলাঘাটত - বিদ্যুৎ বিভাগৰ বিল

গোলাঘাটৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ মাৰ্চ মাহৰ লাইটৰ বিল আহিল ৮২ লাখ ৫৮ হাজাৰ তিনিশ ৩৬ টকা

গোলাঘাটত লাইটৰ বিল আহিল ৮২ লাখ ৫৮ হাজাৰ তিনিশ ৩৬ টকা
author img

By

Published : Apr 25, 2019, 10:26 AM IST

গোলাঘাট, 25 এপ্ৰিলঃ সঘনাই বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ থকা অসমৰ এটা অন্যতম কার্যালয় হৈছে বিদ্যুৎ বিভাগৰ কার্যালয় ৷ এইবাৰ গোলাঘাটত এখন বিদ্যুতৰ বিলে অভিলেখ ৰচিলে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৷ গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাৰ্চ মাহৰ লাইটৰ বিল আহিল ৮২ লাখ ৫৮ হাজাৰ তিনিশ ৩৬ টকা ৷ ইয়াকে লৈ শংকিত হৈ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ গৰাকী কাষ চাপিল শক্তি বিভাগৰ ৷ বিলৰ পৰিমাণ চাই শক্তি বিভাগৰ কর্মচাৰীৰ ভুলৰ বাবেই এনে হোৱা বুলি জনায় সংমণ্ডল বিষয়াই ৷

গোলাঘাটত লাইটৰ বিল আহিল ৮২ লাখ ৫৮ হাজাৰ তিনিশ ৩৬ টকা

উল্লেখ্য যে,কার্যালয়টোত এইটোৱেই প্ৰথম অভিযোগ নহয়, সাংবাদিকক দেখি শক্তি বিভাগৰ বিভিন্ন অভিযোগ উত্থাপন কৰিলে গ্ৰাহকসকলে ৷ দৰিদ্ৰ পৰিয়ালক চৰকাৰীভাৱে প্ৰদান কৰা বিদ্যুতৰ বিলৰ ক্ষেত্ৰটো দেখুৱালে বহু সমস্যা ৷ যিমান পৰিমাণৰ বিল হ'ব লাগে তাতকৈ অধিক বিল প্ৰদান কৰাৰো অভিযোগ উঠিছে শক্তি বিভাগৰ বিৰুদ্ধে ৷

Golaghat 25.04.2019
SLUG : GOLAGHAT TOO MUCH ELECTRICITY BILL
A_GLT_801_25APRIL_GOLAGHAT_TOO_MUCH_ELECTRICITY_BILL_VISUAL_BYTE_DIGANTA_SAHU
O.C. : গোলাঘাটত এখন লাইট‍ৰ বিলে দৃষ্টি আকর্ষণ কৰিছে সকলোৰে৷বিলখন কোনো এলেপচা মানুহৰ নহয় বুলি আপানাক ভাবিলৈ বাধ্য কৰিব বিলখনত উল্লেখ থকা পৰিমাণে৷ আপোনাৰ ঘৰলৈ প্ৰতিটো মাহত বিদ্যুৎ বিভাগৰ বিল ৩শ টকা নতুবা ৫শ টকা আহে,সকলোৰে দৃষ্টি আকর্ষণ কৰা বিলখনৰ পৰিমাণ চালে আপুনি ভাবিব ব্যক্তিজন পৃথিবীৰ ভিতৰতে এজন ধনী ব্যক্তি‍৷বিলখনত উল্লেখ থকা পৰিমাণ হৈছে‍ ৮২ লাখ ৫৮ হাজাৰ ৩শ ৩৬ টকা৷বিলখনৰ গৰাকীজন হৈছে গোলাঘাট নগৰৰ মাজমজিয়াৰ৷ আপুনি যদি‍ বিদুৎ বিভাগৰ এজন নিয়মীয়া গ্ৰাহক,  তেনেহলে‍ এই প্ৰতিবেদন চোৱাতো আপোনাৰ বাবে নিতান্তয়ে প্ৰয়োজন৷
V.O. 1: সঘনাই বিভিন্ন অভিযোগৰ আঙুলী উঠি থকা অসমৰ অন্যতম এটা কার্যলয় হৈছে বিদ্যুৎ বিভাগৰ কার্যালয়৷ এইবাৰ গোলাঘাটত এখন লাইটৰ বিল ৰচনা কৰি অভিযোগৰ অভিলেখ ৰচিলে গোলাঘাট স্থিত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ জ্য‍েষ্ঠ প্ৰৱন্ধকৰ কাযালয়‍ে৷গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত এখন ব্যৱসায়িক প্ৰতিস্থানৰ এমাহৰ লাইটৰ বিল প্ৰদান কৰিলে‍ ৮২ লাখ ৫৮ হাজাৰ ৩শ ৩৬ টকাৰ৷ প্ৰতিটো মাহতে বিল পৰিশোধ কৰি অহা ব্যৱসায়িক প্ৰতিস্থানটোৰ মার্চ মাহৰ বিল দিলে ৮২ লাখ ৫৮ হাজাৰ ৩শ ৩৬ টকা৷ ইয়াকে লৈ শংকিত হৈ পৰা ব্যৱসায়িক প্ৰতিস্থানটোৰ গৰাকীয়ে কাষ চাপিল বিদ্যুৎ বিভাগৰ৷ বিলৰ পৰিমাণ চাই সাংবাদিকৰ আগত কোনো সুবুদ্ধি প্ৰকট কৰিব নোৱাৰি সংমণ্ডলিক বিষয়া গৰাকীয়ে একেকোবে বিদ্যুৎ বিভাগৰ কর্মচাৰীৰ ভূলৰ বাবে এনে কার্য হোৱা বুলি জনায়৷ 
Byte 1: ব্যৱসায়িক প্ৰতিস্থানৰ গৰাকী৷
V.O. 2: কার্যালয়টোত এইটোৱেই এটা অভিযোগ নহয়, সাংবাদিক দেখি বিদ্যুৎ বিভাগৰ বিভিন্ন অভিযোগ উত্থাপিত কৰিলে গ্ৰাহকসকলে৷ দৰিদ্ৰ পৰিয়ালক চৰকাৰিভাৱে প্ৰদান কৰা বিদ্যুতৰ বিলটো বহু সমস্য৷ যিমান পৰিমাণৰ বিল হব লাগে তেনে বিল প্ৰদান নকৰে বিদ্যুৎ বিভাগে৷প্ৰতিটো মাহত ১৮০ টকা বিল হোৱাৰ পৰিবর্তে বিদ্যুৎ বিভাগে পৰিয়ালকেইটালৈ প্ৰদান কৰিছে প্ৰায় পাঁচশ টকাৰ বিল৷কেৱল তিনিটা এলেদি বাল্ব জ্বলাই পাঁচশ দুটকা বিল পোৱাৰ অভিযোগ কৰিছে‍ ১নং মাটিখোলা বালিজানৰ এইগৰাকী মহিলায়ে৷
Byte 2: মহিলা
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo.

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.