ETV Bharat / briefs

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰতিবাদ

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতিৰ আবেদন বাতিল কৰাৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ গোলাঘাট জিলা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ

author img

By

Published : May 10, 2019, 4:47 PM IST

প্ৰতিবাদমুখী গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়

গোলাঘাট,১০মে' : শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত। মহাবিদ্যালয় খনৰ স্বীকৃতিৰ আবেদন বাতিল কৰাৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে শিক্ষা মন্ত্ৰীৰ কাম নাই,শিক্ষা বিভাগ হুচিয়াৰ,অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিবলৈ দিয়া নহ'ব আদি শ্ল'গান দিয়ে ৷

প্ৰতিবাদমুখী গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়

আনহাতে,অতি শীঘ্ৰে চৰকাৰে স্বীকৃতি গৃহীত নকৰিলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৰ নেতাসকলে ।

Intro:গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি আবেদন বাতিল কৰাৰ বিৰোধীতাৰে শুক্ৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মুখ্যদ্বাৰৰ সন্মুখত তিনি ঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যাসূচী ৰূপায়ণ কৰে। শিক্ষা মন্ত্ৰী কাম নাই,শিক্ষা বিভাগ হুচিয়াৰ, অভিযান্ত্ৰিক মহাবিদ্যালয় স্বীকৃতি বাতিল কৰিব দিয়া নহব আদি বিভিন্ন শ্লো'গানেৰে উত্তাল কৰি তোলে l আৰু অতি শীঘ্ৰে যদি চৰকাৰে স্বীকৃতি গৃহীত নকৰে তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনতোৰ নেতা সকলে
Body:Byte1,নেতা(অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ )
Bytes: শিক্ষাৰ্থী Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , Etv Bharat,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.