গুৱাহাটী,৪মেঃ ওড়িশাৰ পাছত পশ্চিমবংগত ফেণীৰ প্ৰৱেশ ঘটাৰ লগে-লগে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। লাহে-লাহে ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত। যাৰ বাবে শনিবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা বাতিল কৰা হয় ৪০খনৰো অধিক বিমান । ফণীৰ সংহাৰী ৰূপৰ বাবে বৰঝাৰ বিমানবন্দৰৰ পৰা কলিকতা,ইম্ফল,আগৰতলা,হাইদৰাবাদলৈ যাবলগীয়া আটাইকেইখন বিমান বাতিল কৰা হয়। এই বিমান বাতিলৰ বাবে এতিয়া যাত্ৰীসকলৰ মাজত বহু সমস্যাৰ সৃষ্টি হয়। দিল্লী আৰু মুম্বাইলৈ যোৱা মাত্ৰ দুই-এখন বিমানৰ বাহিৰে কোনো বিমান উৰণ-অৱতৰন কৰিবলৈ দিয়া নাই বৰঝাৰস্থিত আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই।
ফেণীৰ বাবে বাতিল ৪০ খনৰো অধিক বিমান - বৰঝাৰ বিমানবন্দৰ
ফেণীৰ সংহাৰী ৰূপৰ বাবে বৰঝাৰ বিমানবন্দৰৰ পৰা বাতিল কৰা হয় ৪০ খনৰো অধিক বিমান, বিমান বাতিলৰ বাবে যাত্ৰীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতৰ ৷
গুৱাহাটী,৪মেঃ ওড়িশাৰ পাছত পশ্চিমবংগত ফেণীৰ প্ৰৱেশ ঘটাৰ লগে-লগে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। লাহে-লাহে ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত। যাৰ বাবে শনিবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা বাতিল কৰা হয় ৪০খনৰো অধিক বিমান । ফণীৰ সংহাৰী ৰূপৰ বাবে বৰঝাৰ বিমানবন্দৰৰ পৰা কলিকতা,ইম্ফল,আগৰতলা,হাইদৰাবাদলৈ যাবলগীয়া আটাইকেইখন বিমান বাতিল কৰা হয়। এই বিমান বাতিলৰ বাবে এতিয়া যাত্ৰীসকলৰ মাজত বহু সমস্যাৰ সৃষ্টি হয়। দিল্লী আৰু মুম্বাইলৈ যোৱা মাত্ৰ দুই-এখন বিমানৰ বাহিৰে কোনো বিমান উৰণ-অৱতৰন কৰিবলৈ দিয়া নাই বৰঝাৰস্থিত আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই।
Slug:-As_kam_4may_40_flights_cancel_at_LGBI_801-802_PTC+vis+bite+photo_as10020
ফণীৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৪২খনৰো অধিক বিমান বাতিল । হাহাকাৰময় পৰিস্থিতিত যাত্ৰী ।
Ocvo..ইতিমধ্যে ফণীৰ প্ৰৱেশ ঘটিছে পশ্চিম বংগত । লাহে ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ-উত্তৰ পুৰ্বাঞ্চলত যাৰ বৰঝাৰ বিমানবন্দৰত বাতিল হ'ল ৪০খনৰো অধিক বিমান । ফণীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কলিকতা,ইম্ফল,আগৰতলা,হাইদৰাবাদৰ আটাইকেইখন বিমানে বাতিল কৰা হৈছে বৰঝাৰ বিমানবন্দৰত । বিমান বাতিলক লৈ যাত্ৰী সকলোৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ । দিল্লী আৰু মুম্বাইৰ দুই এখন বিমানৰ বাদে কোনো বিমান উৰন-অৱতৰন কৰিব দিয়া নাই বৰঝাৰস্থিত আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam