ETV Bharat / briefs

ঐতিসাহিক ৰাণী চাপৰিত পৰম্পৰা অনুসৰি মনসা পূজা পালন - কামৰূপ

মঙলবাৰৰ পৰা ৫ দিনীয়া বিভিন্ন পাৰম্পৰিক কাৰ্যসূচীৰে বৰঝাৰ বিমানবন্দৰৰ ওচৰৰ ঐতিসাহিক ৰাণী চাপৰিত অনুষ্ঠিত কৰা হয় মনসা পূজা

ঐতিসাহিক ৰাণী চাপৰিত পৰম্পৰা অনুসৰি মনসা পূজা পালন
author img

By

Published : Apr 24, 2019, 3:20 PM IST

কামৰূপ, 24 এপ্ৰিলঃ মহানগৰীৰ ধাৰাপুৰ গড়লত ঐতিহাসিক মনসা পূজা পালন । ৫ দিনীয়া বিভিন্ন পাৰম্পৰিক কাৰ্যসূচীৰে বৰঝাৰ বিমানবন্দৰৰ ওচৰৰ ঐতিসাহিক ৰাণী চাপৰিত অনুষ্ঠিত কৰা হয় মনসা পূজা। মঙলবাৰৰ পৰা অনুষ্ঠিত এই ঐতিহাসিক মনসা পূজাৰ আজি দ্বিতীয় তথা মূল পূজাত সমাগম ঘটে বহু হাজাৰ লোকৰ। পুৱাৰে পৰা মনৰ কামনা পূৰণৰ বাবে মা-মনসাৰ আশীৰ্বাদ ল'বলৈ ভক্তৰ লানি নিচিগা সোত বয় এই ঐতিসাহিক ৰাণী চাপৰি মনসা মন্দিৰলৈ ।

ঐতিসাহিক ৰাণী চাপৰিত পৰম্পৰা অনুসৰি মনসা পূজা পালন

উল্লেখ্য যে, মা মনসাৰ পূজা উপলক্ষে সমগ্ৰ অঞ্চলতে এক ধাৰ্মিক পৰিৱেশে বিৰাজ কৰিছে। পৰম্পৰা অনুসৰি পুৱাৰ পৰা জলযাত্ৰা,ঘট স্থাপন,উচৰ্গা,হোমাগ্নী,পূৰ্ণাহুতি আদি বিভিন্ন পাৰম্পৰিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই পূজালৈ জাতি-ধৰ্ম নিৰ্বিশেষে সমাগম ঘটে অসংখ্য ভক্তৰ ।

Slug:-A_Kam_Manasha_Puja_811-812_vis+bite+photo_Ajay_Das

ঐতিসাহিক ৰাণী চাপৰিত পৰম্পৰা অনুসৰি মনসা পুজা ।

Ocvo..মহানগৰীৰ ধাৰাপুৰ গড়লত ঐতিহাসিক মনসা পুজা । বৰঝাৰ বিমানবন্দৰৰ ওচৰৰ ঐতিসাহিক ৰাণী চাপৰিৰ মনসা পুজা এইবাৰ ৫ দিনীয়া বিভিন্ন পাৰম্পৰিক কাৰ্যসুচীৰে অনুস্থিত কৰা হয় । যোৱাকালিৰ পৰা অনুস্থিত হোৱা এই ঐতিহাসিক মনসা পুজাৰ আজি দ্বীতিয় তথা মুল পুজা । সেয়ে আজি সমাগম ঘটে বহু হাজাৰ লোকৰ । পুৱাৰে পৰা ধুপ-চাকি লৈ মনৰ কামনা পুৰনৰ বাবে মা-মনসাৰ আশীৰ্বাদ ল'বলৈ ভক্তৰ লানি নিচিগা সোত বৈ এই ঐতিসাহিক ৰাণী চাপৰি মনসা মন্দিৰলৈ । মা মনসাৰ পুজা উপলক্ষে সমগ্ৰ অঞ্চলতে এক ধাৰ্মিক পৰিৱেশে বিৰাজ কৰিছে । পৰম্পৰা অনুসৰি পুৱাৰ পৰা জলযাত্ৰা,ঘটস্থাপন,উচৰ্গা,হোমাগ্নি,পুৰ্ণাহতি আদি বিভিন্ন পাৰম্পৰিক অনুস্থান অনুস্থিত হৈ যায় । উল্লেখ্য এই পুজালৈ জাতি-ধৰ্ম নিৰ্বিশেকে সমাগম ঘটে অসংখ্যা লোকৰ ।

Bite...উদযাপক সমিতি ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.