ETV Bharat / briefs

জৰ্জ ফ্লোয়েডৰ মৃত্যু: প্ৰতিবাদত কঁপিল লজ এঞ্জেলছৰ চিটী হল

author img

By

Published : Jun 4, 2020, 3:02 PM IST

জৰ্জ ফ্লোয়েডৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছত কেলিফৰ্ণিয়াৰ কিছু কিছু অঞ্চলত সান্ধ্য আইনৰ ধাৰা সমাপ্ত কৰাৰ সিদ্ধান্ত ল'লে প্ৰশাসনে । ইফালে বুধবাৰে নিশা লজ এঞ্জেলছত সান্ধ্য আইন শিথিল কৰা হৈছিল যদিও ৯ বজাত আকৌ জাৰি কৰা হ'ল । চান ফ্ৰান্সিস্কোত বৃহস্পতিবাৰে পুৱাৰ ভাগত সান্ধ্য আইন শিথিল কৰে প্ৰশাসনে । স্থানীয় আৰক্ষীৰ দল শক্তিশালী কৰিবলৈ অন্য ৫০ টা ৰাষ্ট্ৰীয় গাৰ্ডক নিযুক্তি দিয়া হয় ।

প্ৰতিবাদত কঁপিল লজ এঞ্জেলছৰ চিটী হল
প্ৰতিবাদত কঁপিল লজ এঞ্জেলছৰ চিটী হল

ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ জুনঃ কৃষ্ণাংগ ব্যক্তি জৰ্জ ফ্লোয়েডৰ আমেৰিকাৰ শ্বেতাংগ আৰক্ষীৰ হাতত মৃত্যু হোৱাৰ পিছতেই সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰতেই প্ৰতিবাদৰ জুই জ্বলি উঠিছে । সেইমৰ্মে আমেৰিকাৰ প্ৰশাসনে প্ৰতিটো অঞ্চলতে সান্ধ্য আইন জাৰি কৰিছে । অৱশ্যে জৰ্জ ফ্লোয়েডৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছত কেলিফৰ্ণিয়াৰ কিছু কিছু অঞ্চলত সান্ধ্য আইনৰ ধাৰা সমাপ্ত কৰাৰ সিদ্ধান্ত ল'লে প্ৰশাসনে ।

প্ৰতিবাদত কঁপিল লজ এঞ্জেলছৰ চিটী হল
প্ৰতিবাদত কঁপিল লজ এঞ্জেলছৰ চিটী হল

ইফালে বুধবাৰে নিশা লজ এঞ্জেলছত সান্ধ্য আইন শিথিল কৰা হৈছিল যদিও পুনৰ নিশা ৯ বজাত সান্ধ্য আইন জাৰি কৰা হয় বুলি জানিব পৰা গৈছে, কিয়নো লজ এঞ্জেলছৰ চিটী হলত বিশাল প্ৰতিবাদী কণ্ঠ শুনা গৈছিল । চান ফ্ৰান্সিস্কোত বৃহস্পতিবাৰে পুৱাৰ ভাগত সান্ধ্য আইন শিথিল কৰে প্ৰশাসনে আৰু লগতে স্থানীয় আৰক্ষীৰ দল শক্তিশালী কৰিবলৈ অন্য ৫০ টা ৰাষ্ট্ৰীয় গাৰ্ডক নিযুক্তি দিয়া হয় ।

জৰ্জ ফ্লোয়েডৰ মৃত্যু: প্ৰতিবাদত কঁপিল লজ এঞ্জেলছৰ চিটী হল

লগতে পঢ়ক : ৰাইজে আটক কৰি আৰক্ষীক গতালে চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.