ETV Bharat / briefs

বৰ্তমানো কৰ'ণা ভাইৰাছৰ প্ৰকোপ নিৰ্মূল হোৱা নাই: বিশ্ব স্বাস্থ্য সংস্থা - বিশ্ব স্বাস্থ্য সংস্থাৰ হেল্থ ইমাৰ্জেন্সি প্ৰগ্ৰেমৰ নিৰ্দেশক মাইকেল জে ৰয়ানৰ ভাষ্য

সমগ্ৰ বিশ্বজুৰি বৰ্তমানো মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি হৈ আছে বুলি সতৰ্ক প্ৰদান কৰে বিশ্ব স্বাস্থ্য সংস্থাই । লগতে ৰাজনৈতিক নেতাসকলক সমৰ্থন বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ।

বৰ্তমানো কৰ'ণা ভাইৰাছৰ প্ৰকোপ নিৰ্মূল হোৱা নাই: বিশ্ব স্বাস্থ্য সংস্থা

author img

By

Published : Jun 11, 2020, 3:25 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ জুন: বিশ্ব স্বাস্থ্য সংস্থা (WHO)য়ে বুধবাৰে কয় যে,সমগ্ৰ বিশ্বজুৰি বৰ্তমানো মহামাৰী কৰ'ণা ভাইৰাছ নাশ হোৱা নাই । কিয়নো কিছু সংখ্যক দেশে এতিয়াও এই ভাইৰাছৰ বিৰুদ্ধে সংগ্ৰাম চলাই আছে ।

বৰ্তমানো কৰ'ণা ভাইৰাছৰ প্ৰকোপ নিৰ্মূল হোৱা নাই: বিশ্ব স্বাস্থ্য সংস্থা
বৰ্তমানো কৰ'ণা ভাইৰাছৰ প্ৰকোপ নিৰ্মূল হোৱা নাই: বিশ্ব স্বাস্থ্য সংস্থা

বিশ্ব স্বাস্থ্য সংস্থাৰ হেল্থ ইমাৰ্জেন্সি প্ৰগ্ৰেমৰ নিৰ্দেশক মাইকেল জে ৰয়ানে সদৰী কৰে যে, বিগত কিছু সপ্তাহলৈ উনুকিয়াই চালে কৰ'ণা ভাইৰাছ এতিয়াও নিৰ্মূল হোৱা নাই । এতিয়াও ইয়াৰ প্ৰকোপ বৃদ্ধি হৈ আছে ।

কৰ'ণা ভাইৰাছ নিৰ্মূলৰ গৱেষণা চলি আছে যদিও সামাজিক দুৰত্ব,আইশ্বলেচন,কোৱাৰেণ্টাইন এই ব্য়ৱস্থাসমূহ বন্ধ কৰিব নালাগিব । বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰোছ এডনোম ঘেব্ৰেয়েচুছে সদৰী কৰে এই কথা । লগতে তেওঁ ৰাজনৈতিক নেতাসকলক সমৰ্থন বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: এজন ছাত্ৰৰ বাবেই মেৰামতি হ'ল এখন গাৱঁৰ পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.