ETV Bharat / briefs

"কোভিড-১৯ মহামাৰী মানুহৰ চৰিত্ৰৰ এটা পৰীক্ষা" - বিশ্ব স্বাস্থ্য সংস্থা - Remdesivir

সম্প্ৰতি বিশ্বত কোভিড-১৯ ৰোগৰ চিকিৎসাৰ বাবে অনুজ্ঞা পত্ৰ লাভ কৰা 'Remdesivir' নামে এতিয়া কেৱল এটাই ঔষধ আছে । ইতিমধ্যে যিমানসংখ্যক ঔষধ মজুত আছিল সেই সকলো ঔষধ আমেৰিকাই ক্ৰয় কৰিছে বুলি খবৰ লাভ কৰা গৈছে । আগন্তুক তিনিমাহলৈকে অন্য কোনো দেশে 'Remdesivir' নামে ঔষধবিধ ক্ৰয় কৰিব নোৱাৰিব ।

WHO chief
Coronavirus pandemic a 'test of character': WHO chief
author img

By

Published : Jul 2, 2020, 6:34 PM IST

নিউজ ডেস্ক, ২ জুলাইঃ "কোভিড-১৯ মহামাৰী মানুহৰ চৰিত্ৰৰ এটা পৰীক্ষা আৰু এনে সংকটৰ সময়ত আমি ঐক্যবদ্ধভাৱে মানৱতাৰ কল্যানৰ হকে কাম কৰিব লাগে।" বুধবাৰে এই কথা প্ৰকাশ কৰে বিশ্ব স্বাস্থ্য সংস্থাই ।

সম্প্ৰতি বিশ্বত কোভিড-১৯ ৰোগৰ চিকিৎসাৰ বাবে অনুজ্ঞা পত্ৰ লাভ কৰা 'Remdesivir' নামে এতিয়া কেৱল এটাই ঔষধ আছে । ইতিমধ্যে যিমানসংখ্যক ঔষধ মজুত আছিল সেই সকলো ঔষধ আমেৰিকাই ক্ৰয় কৰিছে বুলি খবৰ লাভ কৰা গৈছে । আগন্তুক তিনিমাহলৈকে অন্য কোনো দেশে 'Remdesivir' নামে ঔষধবিধ ক্ৰয় কৰিব নোৱাৰিব ।

Coronavirus pandemic a 'test of character': WHO chief
"কোভিড-১৯ মহামাৰী মানুহৰ চৰিত্ৰৰ এটা পৰীক্ষা" - বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ

বিশ্ব স্বাস্থ্য সংস্থাৰ তৎকালীন বিভাগৰ পৰিচালন সঞ্চালক ডা০ মাইক ৰয়ানে উল্লেখ কৰা অনুসৰি, আমেৰিকাই গিলিড চাইঞ্চ নামৰ ঔষধ কোম্পানীৰ লগত এটা চুক্তি কৰিছিল । চুক্তি অনুসৰি অন্য দেশেও 'Remdesivir' নামৰ ঔষধবিধৰ উৎপাদন কৰিব পাৰে । কিন্তু বৰ্তমানেও এই চুক্তিৰ মূল্যায়ন কৰা হোৱা নাই বুলি ডা০ মাইক ৰয়ানে উল্লেখ কৰে।

কোভিড-১৯ মহামাৰী মানুহৰ চৰিত্ৰৰ এটা পৰীক্ষা

তদুপৰি, বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ ডা০ টেডৰোচ আধানোম ঘেব্ৰিয়েচাছে এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ মানবতাৰ কল্যানৰ হকে কাম কৰাটো সৰ্বোত্তম উপায় বুলি উল্লেখ কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.