ETV Bharat / briefs

ৰাইজৰ বাধা নামানি শক্তি বিভাগে কাটিলে মূল্যৱান গছ

author img

By

Published : Apr 27, 2019, 7:28 PM IST

নলবাৰীৰ নিকটৱৰ্তী জয়মংগলাত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ সংযোগক লৈ ৰাইজৰ সৈতে সংঘাতত লিপ্ত হয় বিদ্যু বিভাগ ৷

শক্তি বিভাগৰ শক্তি প্ৰদৰ্শণ

নলবাৰী, 27 এপ্ৰিলঃ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লগত লৈ শক্তি প্ৰদৰ্শন কৰে শক্তি বিভাগে ৷ ৰাইজৰ বিৰুদ্ধে গৈ এইদৰে শক্তি প্ৰদৰ্শন কৰাক লৈ ৰাইজৰে বাক-বিতণ্ডাত লিপ্ত হয় শক্তি বিভাগ ৷ নলবাৰী চহৰৰ নিকটৱৰ্তী জয়মগংলাত উদ্ভৱ হয় এই পৰিস্থিতি ৷

শক্তি বিভাগৰ শক্তি প্ৰদৰ্শণ

ঘটনা অনুসৰি, বিদ্যুৎ বিভাগে 11হাজাৰ কিলোৱাটৰ উচ্চক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ সংযোগ দিবলৈ আহি স্থানীয় ৰাইজেৰে সংঘাতত মিলিত হয় বিভাগটো ৷ ৰাইজক কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ লগত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লৈ আনি, বিভাগটোৱে বলপূৰ্বকভাৱে বিদ্যুত পৰিবাহী তাঁৰ সংযোগ কৰিবলৈ চেষ্টা কৰে ৷ ইয়াৰ বাবে ৰাইজৰ বহুটো মূল্যৱান গছ-গছনি কাটি তহিলং কৰাৰ লগতে বন বিভাগৰ পৰা কোনো অনুমতি নোলোৱাকৈ শক্তি বিভাগৰ এই কাৰ্যত বাধা প্ৰদান কৰে স্থানীয় ৰাইজে ৷ ইয়াকে লৈ গাঁওবাসী আৰু বিভাগটোৰ কৰ্মচাৰীৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় যদিও ৰাইজৰ ওচৰত সেও মানি আঁতৰি যায় বিভাগটোৰ কৰ্মচাৰীসকল ৷

Slug=Hot Situation...27April..
FTP

V.O=নলবাৰীত বিদ্যুৎ বিভাগৰ শক্তি প্ৰদৰ্শন।আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লগত লৈ বিদ্যুৎ বিভাগৰ ১১০০০ ভোল্টৰ তাৰ তানিবলৈ গৈ  যাব লগা হল উভতি।উল্লেখযোগ্য যে নলবাৰী চহৰৰ নিকটৱৰ্তী ঠাই জয়মংগলাত ৰাইজৰ অসুবিধা হোৱাকৈ ঘৰৰ ওচৰৰে বিভাগটোৰ মই মতালিত তাৰ টানিব যাওঁতে ৰাইজে বাধা প্ৰদান কৰে৷ ৰাইজৰ অসুবিধাৰ কথা গুৰুত্ব প্ৰদান নকৰি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লগত লৈ টাৰ টানিবলৈ লয়।যাক লৈ অঞ্চলটোত সৃষ্টি হয় উত্তেজনা৷অৱশেষত ৰাইজৰ বাধাৰ ওচৰত সেও মানি আতৰি যাব লগা হল বিভাগটো।ইফালে অঞ্চলটোত থকা ৰাইজৰ গছ গছনি কাটি টহিলং কৰে ।জানিব পৰা মতে  বিভাগটোৱে কোনো ধৰনৰ অনুমতি নোলোলোকৈ এইদৰেই ৰাইজৰ মূল্যবান গছ গছনি কাটি পেলাই।ফলত বিভাগটোৰ এনে কাৰ্য্যত উত্তেজিত হৈ পৰে একাংশ৷লক্ষণীয় ভাৱে যিটো সময়ত গছ গছনি ৰোপণৰ বাবে বিভিন্ন প্ৰকৃতি প্ৰেমী সংগঠনে অগ্ৰণী ভূমিকা লৈ আহিছে তেনে সময়তে কোনো অনুমতি নোলোৱাকৈ কত অধিকাৰ পালে গছ গছনি কটাৰ এই সকল বিষয়াই।সেই প্ৰশ্নই কৰিছে ৰাইজে৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.