ETV Bharat / briefs

৭০ দশকৰ পিছত গাঁৱবাসীয়ে পালে বিদ্যুৎ সংযোগ

বিদ্যুৎ সংযোগৰ পাচতেই আনন্দৰ বন্যা গাঁওবাসীৰ মাজত ৷

৭০ দশকৰ পিছত গাঁৱবাসীয়ে পালে বিদ্যুৎ সংযোগ
author img

By

Published : Mar 9, 2019, 12:21 PM IST

নিউজডেস্ক,৯মাৰ্চঃ ছত্তিশগড়ৰঝালপি গাঁৱত স্বাধীনতাৰ সাতটা দশকৰ পিছত গাঁৱবাসীয়ে পালে বিদ্যুৎ সংযোগ । সাংবাদিকৰ তৎপৰতাত গাঁৱখনলৈ আহিল বিদ্যুৎসেৱা।

স্বাধীনতা ৭০দশকৰ পিছতো ঝলপি পাৰা গাঁৱবাসীয়ে পোৱা নাছিল বিদ্যুৎ সংযোগ। নাই কোনো ধৰণৰ সা-সুবিধা । আন্ধাৰতেই ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনা কৰাৰ লগতে কষ্টকৰ জীৱন অতিবাহিত কৰিব লগা হৈছিল গাঁওবাসীয়ে। অৱশেষত গাঁৱখনলৈ বিদ্যুৎ সংযোগ পোৱাত গাঁৱখনৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে।

Chattishgar village gets electricity since Independence

ANI তৎপৰতাত স্বাধীনতা 70 দশকৰ পিছত ঝলপি পাৰাত বিদ্যুৎ সংযোগ

নিউজডেস্ক,9 মাৰ্চঃ ছট্টিশগড়ৰৰ ঝালপি গাঁৱত স্বাধীনতা 70 দশকৰ পিছত গাঁৱবাসীয়ে পালে বিদ্যুৎ সংযোগ । ANI সাংবাদিকৰ তৎপৰতাত গাঁৱখনলৈ আহিল বিদ্যুৎসেৱা। 

স্বাধীনতা 70 দশকৰ পিছতো ঝলপি পাৰা গাঁৱবাসীয়ে পোৱা নাছিল বিদ্যুৎ সংযোগ। নাই কোনো ধৰণৰ সা-সুবিধা । আন্ধাৰতেই ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনা কৰাৰ লগতে কষ্টকৰ জীৱন অতিবাহিত কৰিব লগা হৈছিল গাঁৱবাসীয়ে। অৱশেষত গাঁৱখনলৈ বিদ্যুৎ সংযোগ পোৱাত গাঁৱখনৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে। 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.