ETV Bharat / briefs

বামাখাটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ব'হাগী উৎসৱ পালন

author img

By

Published : May 14, 2019, 11:50 AM IST

Updated : May 14, 2019, 2:05 PM IST

সোমবাৰে নিশা মুকলি সভা,সম্বৰ্দ্ধনা অনুষ্ঠান,বঁটা প্ৰদান,স্মৃতিগ্ৰন্থ উন্মোচন,অন্তৰংগ আলাপ,বঁটা বিতৰণী অনুষ্ঠান আদি অনুষ্ঠিত কৰা হয় ৷

বজালীত ১০ম সংখ্যক বামাখাটা ব’হাগী উংসৱ পালন

বজালী, ১৪মে' : বজালীৰ বামাখাটা সত্ৰৰ মাধৱদেৱ ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় ১০ম সংখ্যক বামাখাটা ব’হাগী উংসৱ । ব’হাগী উৎসৱ উদযাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি সোমবাৰে নিশা মুকলি সভা,সম্বৰ্দ্ধনা অনুষ্ঠান,বঁটা প্ৰদান,স্মৃতিগ্ৰন্থ উন্মোচন,অন্তৰংগ আলাপ,বঁটা বিতৰণী অনুষ্ঠান আদি অনুষ্ঠিত কৰা হয়৷ ব’হাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি লংকেশ্বৰ তালুকদাৰৰ সভাপতিত্ব কৰা বিহুমেলাখনত অসমৰ বিশিষ্ট লেখিকা,সংগীতজ্ঞ,গোৱালপৰীয়া লোকসংগীতৰ সাধক বেবী ভূঞাক প্ৰয়াত গজেন্দ্ৰনাথ তালুকদাৰ সোঁৱৰণী “লোকসংগীত শিৰোমণি” বঁটা প্ৰদান কৰা হয়৷ শিল্পীগৰাকীক ফুলাম গামোচা,ফুলাম জাপি,স্মাৰক,গছপুলি,চেলেং আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

বজালীৰ বামাখাটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ব'হাগী উৎসৱ পালন

একেদৰে প্ৰয়াত ৰামবিলাস তালুকদাৰ সোঁৱৰণী “নাট্যজ্যোতি” বঁটা কিশোৰ তহবিলদাৰক, প্ৰয়াত প্ৰভাত বৰুৱা সোঁৱৰণী “সংগীতজ্যোতি” বঁটা নৃত্যশ্ৰী ববীৰাণী তালুকদাৰকে ধৰি অসমৰ মুঠ ছয়গৰাকী বৰেণ্য ব্যক্তিক বিভিন্ন দিশত আগবঢ়োৱা অৱদানৰ বাবে শিক্ষাজ্যোতি বঁটা,সমাজ হিতৈষী বঁটা,শিল্পজ্যোতি সোঁৱৰণী বঁটা আদি প্ৰদান কৰা হয় ৷

Intro:Pathsala award programe

*বজালীৰ বামাখাটাৰ ব’হাগী উৎসৱত “লোকসংগীত কেবাটাও বিশেষ বঁটা প্ৰদান ll
Body:Pathsala award programe

পাটাছাৰকুছি ১৪মে: বজালীৰ বামাখাটা সত্ৰৰ মাধৱদেৱ ক্ষেত্ৰত যোৱা ৰবি আৰু সোমবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১০ম সংখ্যক বামাখাটা ব’হাগী উংসৱ উদযাপন কৰা হয়৷ ব’হাগী উৎসৱ উদযাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি সোমবাৰে নিশা মুকলি সভা,সম্বৰ্দ্ধনা অনুষ্ঠান,সোঁৱৰণী বঁটা প্ৰদান,স্মৃতিগ্ৰন্থ উন্মোচন,অন্তৰংগ আলাপ,বঁটা বিতৰণী অনুষ্ঠান আদি অনুষ্ঠিত হয়৷ ব’হাগী উৎসৱ উদযাপন সমিতিৰ মূল সভাপতি লংকেশ্বৰ তালুকদাৰৰ সভাপতিত্বত নিশা অনুষ্ঠিত সভাৰ জৰিয়তে অসমৰ বিশিষ্টা লেখিকা,সংগীতজ্ঞ,গোৱালপৰীয়া লোকসংগীতৰ সাধক তথা বিশেষজ্ঞা বেবী ভূঞাক প্ৰয়াত গজেন্দ্ৰনাথ তালুকদাৰ সোঁৱৰণী “লোকসংগীত শিৰোমণি” বঁটা প্ৰদান কৰা হয়৷ শিল্পীগৰাকীক ফুলাম গামোচা,ফুলাম জাপি,স্মাৰক,গছপুলি,চেলেং আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়৷ একেদৰে প্ৰয়াত ৰামবিলাস তালুকদাৰ সোঁৱৰণী “নাট্যজ্যোতি” বঁটা কিশোৰ তহবিলদাৰক, প্ৰয়াত প্ৰভাত বৰুৱা সোঁৱৰণী “সংগীতজ্যোতি” বঁটা নৃত্যশ্ৰী ববীৰাণী তালুকদাৰকে ধৰি অসমৰ মুঠ ছগৰাকী বৰেণ্য ব্যক্তিক বিভিন্ন দিশত আগবঢ়োৱা অৱদানৰ বাবে শিক্ষাজ্যোতি বঁটা,সমাজ হিতৈষী বঁটা,শিল্পজ্যোতি সোঁৱৰণী বঁটা আদি প্ৰদান কৰা হয়৷ একেখন সাংবাদিক পংকজ ৰয় ক ও সংবৰ্ধনা জ্ঞাপন কৰা হয় lউল্লেখ্য যে, ৰাষ্ট্ৰীয় সংগীত নাটক অকাডেমী বঁটা প্ৰাপক, নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰে আঁতধৰা অন্তৰংগ আলাপ অনুষ্ঠানৰ অন্তত আমন্ত্ৰিত কণ্ঠশিল্পী সুদীপ ৰঞ্জন আৰু দেৱাৰ্চনা কাশ্যপৰ গীতৰ শৰাই আগবঢ়োৱা হয়৷Conclusion:Pathsala award programe

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ভিডিঅ'-৩
Last Updated : May 14, 2019, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.