ETV Bharat / briefs

বিজেপিৰ আই টি চেল দুৰ্বৃত্তত পৰিণত হৈছেঃ সুব্ৰমণিয়ন স্বমী

author img

By

Published : Sep 8, 2020, 4:31 PM IST

স্বামীয়ে সোমবাৰে এটা টুইটত উল্লেখ কৰে যে, বিজেপিৰ আই টি ছেলটো দুৰ্বৃত্তৰ দৰে হৈছে আৰু ইয়াৰে কিছুমান সদস্যই মোৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰাৰ বাবে নকল আই ডিৰে টুুইট কৰিছে ।

বিজেপিৰ আই টি চেল দুৰ্বৃতত পৰিণত হৈছে-সুব্ৰমণিয়ম স্বামী

নতুন দিল্লী, ৮ চেপ্তেম্বৰঃ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়ম স্বামী আৰু অমিত মালভিয়াৰ নেতৃত্বাধীন দলৰ আই টি ছেলৰ মাজত নাই সুসম্পৰ্ক । স্বামীয়ে সোমবাৰে এটা টুইটত উল্লেখ কৰে যে, বিজেপিৰ আই টি ছেলটো দুৰ্বৃত্তৰ দৰে হৈছে আৰু ইয়াৰে কিছুমান সদস্যই মোৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰাৰ বাবে নকল আই ডিৰে টুুইট কৰিছে ।

মোক কৰা ব্যক্তিগত আক্ৰমণৰ বাবে মোৰ অনুৰাগী সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যেনেকৈ দায়বদ্ধ কৰিব নোৱাৰে তেনেকৈ বিজেপি দলৰ আইটি ছেলৰ দুৰ্বৃত্তৰ বাবে বিজেপিকো দায়ী কৰিব নোৱাৰি ।

  • The BJP IT cell has gone rogue. Some of its members are putting out fake ID tweets to make personal attacks on me. If my angered followers make counter personal attacks I cannot be held resonsible just as BJP cannot be held respinsible for the rogue IT cell of the party

    — Subramanian Swamy (@Swamy39) September 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই সম্পৰ্কত সুব্ৰমণিয়ম স্বামীক উপেক্ষা কৰাৰ বাবে প্ৰশ্ন কৰাত তেওঁ কয় যে, মই এই বিষয়টো অগ্ৰাহ্য কৰিছো কিন্তু বিজেপিয়ে তেওঁলোকক বৰ্খাস্ত কৰিব লাগিব । এটা মালব্য চৰিত্ৰই অশ্লীতাৰ সৈতে খেলা কৰিছে । আমি ৰাৱনৰ বা দুশাসকৰ দল নহয়, আমি মৰ্যদা পুৰুষোত্তমৰ দল । এইদৰে কয় বিজেপিৰ সুব্ৰমণিয়ম স্বামীয়ে ।

স্বামী সুব্ৰমণিয়মৰ এই বিস্ফোৰণৰ কাৰণ কি সেই বিষয়ে সবিশেষ নকলেও তেওঁৰ সম্পৰ্কত কোনো টুইট কৰা হৈছে বুলি ধাৰণা কৰা হৈছে । অপ্ৰত্যাশিতভাৱে কোনো সংবাদ প্ৰতিষ্ঠানৰ পৰা ফোন কল আৰু মেছেজ গৈছিল যদিও বিজেপিৰ আই টি চেলৰ প্ৰধান অমিত মালভিয়াই কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে । সোমবাৰে বিজেপিৰ আই টি চেলক আক্ৰমণ কৰাৰ সময়তে নহয় কিছুদিনৰ পৰা যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছিল বিষয়টোক লৈ।

দেওবাৰে স্বামীয়ে ৰমেশ নামৰ এজন ব্যক্তিৰ টুইটত পুনৰ ৰি টুইট কৰি লিখিছে যে,"Hopefully you havent spent all the hitjob budget on Dr @swamy39."

  • : I am ignoring but BJP must sack them. One Malaviya character is running riot with filth. We are a party of maryada purushottam not of Ravan or Dushasan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.