ETV Bharat / briefs

এছ আই কেলেংকাৰীঃ চিবিআই তদন্তৰ দাবীত এন‌এছ‌ইউআইৰ প্ৰতিবাদ - Biswanath

ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবীত বিশ্বনাথৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এন এছ ইউ আইয়ে।

এছ আই কেলেংকাৰীঃ চিবিআই তদন্তৰ দাবীত এন‌এছ‌ইউআইৰ প্ৰতিবাদ

author img

By

Published : Sep 30, 2020, 6:02 PM IST

বিশ্বনাথ,৩০ ছেপ্টেম্বৰ : ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবীত বিশ্বনাথৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এন এছ ইউ আইয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্ত্তি দাহ কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গ'বেক,গৃহ বিভাগ হায় হায়,এছ আই কেলেংকাৰীৰ চি বি আই তদন্ত কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী এন এছ ইউ আইৰ সদস্য সকলে ।
লগতে পঢ়ক: ক'ৰণাত জুৰুলা হৈ সহায় ভিক্ষা বৌদ্ধ ভিক্ষুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.