বিহালী,3 জুলাই : মঙলবাৰে বিহালীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ পালন কৰে হয় 23তম প্ৰতিষ্ঠা দিৱস ৷ আদিবাসী ছাত্ৰ সন্থাৰ বাঘমৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মিজিকাজান প্ৰাথমিক গোটৰ সহযোগত বিহালী সমষ্টিৰ মিজিকাজান চাহ বাগিছাৰ প্ৰমোদ ভৱনত পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱস ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বাঘমৰা অঞ্চলৰ ২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৪৫ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷
বিহালীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ২৩তম প্ৰতিষ্ঠা দিৱস পালন
বিহালীৰ মিজিকাজান চাহ বাগিছাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ই পালন কৰে 23তম প্ৰতিষ্ঠা দিৱস
বিহালীত পালন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ২৩তম প্ৰতিষ্ঠা দিৱস
বিহালী,3 জুলাই : মঙলবাৰে বিহালীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ পালন কৰে হয় 23তম প্ৰতিষ্ঠা দিৱস ৷ আদিবাসী ছাত্ৰ সন্থাৰ বাঘমৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মিজিকাজান প্ৰাথমিক গোটৰ সহযোগত বিহালী সমষ্টিৰ মিজিকাজান চাহ বাগিছাৰ প্ৰমোদ ভৱনত পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱস ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বাঘমৰা অঞ্চলৰ ২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৪৫ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷
Intro:As_behali_02july_Aasaa prgrm __poto scrptBody:As_behali_02july_Aasaa prgrm __poto scrptConclusion:সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ ২৩ তম্ প্ৰতিষ্ঠা দিৱস
আজি বিহালী সমষ্টিৰ মিজিকাজান চাহ বাগিছাৰ প্ৰমোদ ভৱনত আদিবাসী ছাত্ৰ সন্থাৰ বাঘমৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু মিজিকাজান প্ৰাথমিক গোটৰ সহযোগত দিনযোৰা কাৰ্য্যসূচীৰে ২৩ তম্ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠান লগত সংগতি ৰাখি বাঘমৰা অঞ্চলৰ ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৪৫ গৰাকী ছাত্ৰ ছাত্ৰী ক অভিনন্দন জনোৱা হয় । কাৰ্য্যসূচী ভাগ সুন্দৰ ভাৱে ৰূপায়ণ হৈ যায়।