ETV Bharat / briefs

ঐচ্ছিক বিষয়ত ১০০ শতাংশ নম্বৰ প্ৰাপ্তি পাণ্ডুৰ জয়দ্বীপ পালৰ - বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ জয়দ্বীপ

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঐচ্ছিক বিষয়ত ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ লাভ কৰি নাম উজ্বলাবলৈ সক্ষম হৈছে গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ জয়দ্বীপ পাল নামৰ ছাত্ৰজনে । অতি দৰিদ্ৰ পৰিয়ালৰ লৰা জয়দ্বীপক পঢ়া-শুনাৰ ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে যথেষ্ট সহায় আগবঢ়ায় ।

ঐচ্ছিক বিষয়ত ১০০ শতাংশ নম্বৰ প্ৰাপ্তি পাণ্ডুৰ জয়দ্বীপ পালৰ

author img

By

Published : Jun 10, 2020, 6:49 PM IST

গুৱাহাটী, ১০ জুন: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ঐচ্ছিক বিষয়ত ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ অসমতে নাম উজ্বলাবলৈ সক্ষম হয় গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ জয়দ্বীপ পাল নামৰ ছাত্ৰজনে। পাণ্ডুৰ বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল জয়দ্বীপে ।

ঐচ্ছিক বিষয়ত ১০০ শতাংশ নম্বৰ প্ৰাপ্তি পাণ্ডুৰ জয়দ্বীপ পালৰ
ঐচ্ছিক বিষয়ত ১০০ শতাংশ নম্বৰ প্ৰাপ্তি পাণ্ডুৰ জয়দ্বীপ পালৰ

অতি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা জয়দ্বীপক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে যথেষ্ট পৰিমাণে সহায় কৰাৰ লগতে বিনামূলীয়াকৈ টিউচন কৰাইছিল । এটা উৰুখা পঁজাৰ পৰাই সফলতাৰ শিখৰ চোৱাৰ মন বুলি আশা প্ৰকাশ কৰে মেধাৱী জয়দ্বীপে । বাণিজ্য শাখাত নামভৰ্তি কৰাৰ পৰিকল্পনা কৰা জয়দ্বীপৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ ইউ পি পি এলৰ, কিন্তু কিয়?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.