ETV Bharat / briefs

কলিয়াবৰ মহাবিদ্যালয়ত "এছিয়াৰ উত্থান" শীৰ্ষক ঘূৰণীয়া মেজমেল - এ বুক অন চামাৰী অফ ডা পি. এইছ. ডি. থেছিছ

কলিয়াবৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে আয়োজন কৰিছে "এছিয়াৰ উত্থান" শীৰ্ষক এখন ঘূৰণীয়া মেজমেলৰ,মেজমেলত অংশগ্ৰহণ কৰে ফ্ৰান্সৰ লি.হাৰ্ভে বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দৰ্ৱিশ খুদৰীয়ে,মেজমেলত উন্মোচন দুখনকৈ গ্ৰন্থ

"এছিয়াৰ উত্থান" শীৰ্ষক ঘূৰণীয়া মেজমেল
author img

By

Published : Apr 30, 2019, 9:45 PM IST

কলিয়াবৰ,৩০ এপ্ৰিলঃ মঙলবাৰে কলিয়াবৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয় এখন ঘূৰণীয়া মেজমেলৰ। মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগে আয়োজন কৰে এই মেজমেলৰ। য'ত মুখ্যবক্তা হিচাপে ফ্ৰান্সৰ লি.হাৰ্ভে বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দৰ্ৱিশ খুদৰীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ-পূৱ এছিয়া অধ্যয়ন কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত অধ্যাপক ননীগোপাল মহন্ত আৰু অধ্যাপক অখিল ৰঞ্জন দত্ত উপস্থিত থাকে। এই ঘূৰণীয়া মেজমেলত বৰ্তমান বিশ্বৰ ৰাজনীতিত এছিয়াৰ প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত ফলত বিশ্বৰ চীন, ভাৰত আদি দেশৰ ৰাজনৈতিক প্ৰতিপত্তি বৃদ্ধি হোৱাৰ বিভিন্ন তথ্যৰ বিষয়ে আলোচনা কৰা হয় ।

এছিয়াৰ উত্থান শীৰ্ষক ঘূৰণীয়া মেজমেল

আনহাতে এই মেজমেলৰ লগত সংগতি ৰাখি "উদ্দীপন" আৰু "এ বুক অন চামাৰী অফ ডা পি. এইছ. ডি. থেছিছ কলিয়াবৰ কলেজ" শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ড০ দৰ্ৱিশ খুদৰীয়ে এই গ্ৰন্থ দুখন উন্মোচন কৰে। মহাবিদ্যালয়খনৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি এই ঘূৰণীয়া মেজমেলখনৰ আয়োজন কৰা হয় ।

Intro:"এছিয়াৰ উত্থানে বিশ্বত এক নতুন ধাৰাৰ সৃষ্টি কৰিছে" – কলিয়াবৰ মহাবিদ‍্যালয়ৰ "এছিয়াৰ উত্থান" (Rising of Asia) শীৰ্ষক আলোচনা চক্ৰত ফ্ৰান্সৰ লি. হাৰ্ভে বিশ্ববিদ‍্যালয়ৰ অধ‍্যাপক ড০ দৰ্ৱিশ খুদৰী
মহাবিদ‍্যালয়ৰ দুখনকৈ গ্ৰন্থ উন্মোচনBody:"এছিয়াৰ উত্থানে বিশ্বত এক নতুন ধাৰাৰ সৃষ্টি কৰিছে।" এই মন্তব‍্য ফ্ৰান্সৰ লি. হাৰ্ভে বিশ্ববিদ‍্যালয়ৰ অধ‍্যাপক ড০ দৰ্ৱিশ খুদৰীৰ। কলিয়াবৰ মহাবিদ‍্যালয়ৰ বৰ্ষযোৰা সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ লগত সঙ্গতি ৰাখি বিভিন্ন বিদ‍্যায়তনিক অনুষ্ঠানৰ আয়োজনৰ ব‍্যৱস্থা কৰা হৈছে। মঙ্গলবাৰে কলিয়াবৰ মহাবিদ‍্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে "এছিয়াৰ উত্থান" (Rising of Asia) শীৰ্ষক এক ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে। এই মেজমেলত মুখ‍্য বক্তা হিচাবে অংশগ্ৰহণ কৰে ফ্ৰান্সৰ লি. হাৰ্ভে বিশ্ববিদ‍্যালয়ৰ অধ‍্যাপক ড০ দৰ্ৱিশ খুদৰীয়ে। লগতে গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ দক্ষিণ-পূৱ এছিয়া অধ‍্যয়ণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত অধ‍্যাপক ননীগোপাল মহন্ত আৰু গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ‍্যাপক অধ‍্যাপক অখিল ৰঞ্জন দত্তয়েও বক্তা ৰূপে অংশগ্ৰহণ। আলোচনা চক্ৰত বক্তব‍্য আগবঢ়াই বৰ্তমান বিশ্বৰ ৰাজনীতিত এছিয়াৰ প্ৰভাৱ ক্ৰমাৎ বাঢ়ি অহাৰ ফলত বিশ্বত চীন, ভাৰত আদি দেশৰ ৰাজনৈতিক প্ৰতিপত্তি বৃদ্ধি হোৱাৰ বিভিন্ন তথ‍্য দাঙি ধৰে।
এই আলোচনা চক্ৰতে "উদ্দীপন" আৰু "এ বুক অন চামাৰী অফ ডা পি. এইছ. ডি. থেছিছ কলিয়াবৰ কলেজ" শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰে। কলিয়াবৰ মহাবিদ‍্যালয়ৰ সোণালী জয়ন্তী বৰ্ষত ভালেকেইখন গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত লৈছিল। Conclusion:Photos/Visuals
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.