ETV Bharat / briefs

বিধায়কৰ বাসগৃহ ঘেৰাও AIDSO ৰ

দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ সুযোগ দিয়াৰ দাবীত ছাত্ৰ সংগঠনটোৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

author img

By

Published : Jun 29, 2019, 3:11 PM IST

শিলচৰৰ বিধায়কৰ বাসগৃহ ঘেৰাও

শিলচৰ , ২৯ জুন: শনিবাৰে এআইউডিএছও ছাত্ৰ সংগঠনে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালৰ বাসভৱন ঘেৰাও কৰে । দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ সুযোগ দিয়াৰ দাবীত ছাত্ৰ সংগঠনটোৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

শিলচৰৰ বিধায়কৰ বাসগৃহ ঘেৰাও

AIDSO ছাত্ৰ সংগঠনৰ দলটোৱে বিধায়ক গৰাকীৰ অম্বিকাপট্টিৰ বাসভৱনত উপস্থিত হৈ বহু সময় ধৰি ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰে । ইয়াৰোপৰি প্ৰতিবাদী দলটোৱে বিগত দুটা বছৰ ধৰি ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়াকৈ কলেজত নাম ভৰ্তি কৰা শিক্ষা বিভাগৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ প্ৰতিলিপি দাহ কৰে ।

Intro:Breaking News Silcher 29Jun....... বিধায়কৰ বাড়ি ঘেৰাও

স্কুল কলেজত গৰীব ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ ভৰ্তিৰ সুযোগ অব্যাহত ৰখাৰ দাবীত আজি শিলচৰৰ বিধায়ক দিলীপকুমাৰ পালৰ বাসভৱন ঘেৰাও কৰে এআইডিএছও ছাত্ৰ সংগঠনে।Body:Breaking News Silcher 29Jun....... বিধায়কৰ বাড়ি ঘেৰাও

স্কুল কলেজত গৰীব ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ ভৰ্তিৰ সুযোগ অব্যাহত ৰখাৰ দাবীত আজি শিলচৰৰ বিধায়ক দিলীপকুমাৰ পালৰ বাসভৱন ঘেৰাও কৰে এআইডিএছও ছাত্ৰ সংগঠনে। ছাত্ৰ সন্থাৰ বহু সমৰ্থক শ্লগান দি সমদল কৰি বিধায়কৰ অম্বিকাপট্টিৰ বাসভবনত গৈ উপস্থিত হয় আৰু বহু ক্ষণ ধৰি ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰে । পিছত যোৱা দুটা বছৰ ধৰি শিক্ষা বিভাগৰ দি অহা বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীৰ ভৰ্তিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ প্ৰতিলিপি দাহ কৰে। পিছত তেওঁ কয়, আগৰ শিক্ষা মন্ত্ৰী গৰীব ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া ভৰ্তিৰ সুযোগ দিছিলে, কিন্তু বৰ্তমান শিক্ষামন্ত্ৰী সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি নিছে, আগৰ দৰেই বিনামূলীয়াকৈ ভৰ্তিৰ সুযোগ অব্যাহত ৰাখিব লাগিব আৰু তাৰ বাবে বিধায়কক সোচ্চাৰ হব লাগিব । বাইট----Conclusion:Breaking News Silcher 29Jun....... বিধায়কৰ বাড়ি ঘেৰাও

স্কুল কলেজত গৰীব ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ ভৰ্তিৰ সুযোগ অব্যাহত ৰখাৰ দাবীত আজি শিলচৰৰ বিধায়ক দিলীপকুমাৰ পালৰ বাসভৱন ঘেৰাও কৰে এআইডিএছও ছাত্ৰ সংগঠনে। ছাত্ৰ সন্থাৰ বহু সমৰ্থক শ্লগান দি সমদল কৰি বিধায়কৰ অম্বিকাপট্টিৰ বাসভবনত গৈ উপস্থিত হয় আৰু বহু ক্ষণ ধৰি ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰে । পিছত যোৱা দুটা বছৰ ধৰি শিক্ষা বিভাগৰ দি অহা বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীৰ ভৰ্তিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ প্ৰতিলিপি দাহ কৰে। পিছত তেওঁ কয়, আগৰ শিক্ষা মন্ত্ৰী গৰীব ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া ভৰ্তিৰ সুযোগ দিছিলে, কিন্তু বৰ্তমান শিক্ষামন্ত্ৰী সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি নিছে, আগৰ দৰেই বিনামূলীয়াকৈ ভৰ্তিৰ সুযোগ অব্যাহত ৰাখিব লাগিব আৰু তাৰ বাবে বিধায়কক সোচ্চাৰ হব লাগিব । বাইট----
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.