ETV Bharat / briefs

বঙাইগাঁও মহাবিদ্যালয়ত উপস্থিত সাংসদ আব্দুল খালেক

বৃহস্পতিবাৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক নিজে শিক্ষা গ্ৰহণ কৰা বঙাইগাঁও মহাবিদ্যালয়ত উপস্থিত হয় ৷ বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ নতুনকৈ গঠিত সন্থাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদজনে ৷

বঙাইগাঁও মহাবিদ্যালয়ত উপস্থিত সাংসদ আব্দুল খালেক
author img

By

Published : Jun 7, 2019, 7:45 AM IST

বঙাইগাঁও, 7 জুন: আজি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক নিজে শিক্ষা গ্ৰহণ কৰা বঙাইগাঁও মহাবিদ্যালয়ত উপস্থিত হয় ৷ বঙাইগাঁও মহা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ নতুনকৈ গঠিত সন্থাৰ শপত গ্ৰহন অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদজনে ৷ প্ৰয়াত সুভাস চক্তৱৰ্তি ববঙাইগাঁও মহা বিদ্যালয়ৰ অধ্যক্ষ হৈ থকা সময়ত বঙাইগাঁও মহা বিদ্যালয়ৰ ছাত্ৰ আছিল আব্দুল খালেক ৷ সভাত উপস্থিত থাকি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ সভাপতি হিচাবে নিৰ্ব্বাচিত হৈ গৌৰৱান্বিত বুলি ব্যক্ত কৰে সাংসদজনে ৷ লগতে মহাবিদ্যালয় 'নাক' কেন্দ্ৰিক নহৈ ইয়াৰ পৰা কিদৰে দেশৰ প্ৰশাসনিক বিষয়া উলিয়াব পাৰি তাতহে গুৰুত্ব প্ৰদান কৰা উচিত বুলি প্ৰকাশ কৰে সাংসদ আব্দুল খালেকে ৷

বঙাইগাঁও মহাবিদ্যালয়ত উপস্থিত সাংসদ আব্দুল খালেক

নিজে পঢ়া কলেজ খনৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰি কলেজ খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ কাৰ্য্যালয়ৰ বাবে সাংসদ পুজিৰ পৰা লাভ কৰিব লগীয়া পুজিৰ প্ৰথমতেই দহ লাখ টকাৰ এক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে সাংসদ জনে । তেঁও লগতে কয় যিহেতু মন্ত্ৰী চন্দন ব্ৰহ্ম নিজেও এইখন কলেজৰ প্ৰাক্তন ছাত্ৰ সেয়ে তেওঁকো এই প্ৰাক্তন ছাত্ৰ সন্থাত সাঙুৰি লোৱাৰ প্ৰস্থাৱ দাঙি ধৰে। লগতে বঙাইগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ বাবে গুৱাহাটী আৰু দিল্লীৰ বাবে দুটা পৃথক শাখাৰ প্ৰস্তাবো উত্থাপন কৰে সাংসদজনে ।

বঙাইগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ প্ৰাক্তন সভাপতি প্ৰানেশ্বৰ লাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই শপতগ্ৰহন অনুষ্ঠানত কলেজৰ অধ্যক্ষ হিতেশ দাসে নৱ নিৰ্ব্বাচিত সভাপতি আব্দুল খালেকক শপত বাক্য পাঠ কৰোৱায় ৷ সভাত সন্থাৰ কাৰ্য্যকৰি সভাপতি গোকুল কলিতা, উপ সভাপতি জ্যোতিৰ্ময় বৈশ্য বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

Slug : As_Chg_6th Jun_806 & 807_Bongaigaon college Alumni association_viz & byt_Abdul Maleque Ahmed. 

Send by ftp. 

বঙাইগাঁও মহাবিদ্যালয় এটা মিনি ইণ্ডিয়া__ সাংসদ আব্দুল খালেক ।

আজি বৰপেটা লোকসভা সমষ্টীৰ সাংসদ আব্দুল খালেকে নিজে পঢ়া-শুনা কৰা বঙাইগাঁও মহাবিদ্যালয়ত উপস্থিত হৈ উৎফুল্লিত হৈ পৰে । প্ৰয়াত সুভাস চক্তৱৰ্তি ববঙাইগাঁও মহা বিদ্যালয়ৰ অধ্যক্ষ হৈ থকা সময়ত বঙাইগাঁও মহা বিদ্যালয়ৰ ছাত্ৰ আছিল আব্দুল খালেক আজি নিজে কয় এই কথা । বঙাইগাঁও মহা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ নতুনকৈ গঠিত সন্থাৰ শপত গ্ৰহন অনুষ্ঠানত উপস্থিত হৈ এই দৰে কয় সাংসদ জনে । প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ সভাপতি হিচাবে নিৰ্ব্বাচিত হৈ গৌৰৱান্বিত সাংসদজন । তেওঁ কয় যে আচলতে বঙাইগাঁও মহাবিদ্যালয়খন এখন মিনি ইণ্ডিয়া যত সকলো ধৰনৰ লোক আছে । তেওঁ আৰু কয় যে কলেজ বোৰ আচলতে  "নাক" কেন্দ্ৰিক হব নালাগে । ইয়াৰ পৰা দেশৰ প্ৰশাসনিক বিষয়া কিদৰে উলিয়াব পৰা যায় সেই বিষয়ে পদক্ষেপ লোৱাৰ সময় আহিছে । নিজে পঢ়া কলেজ খনৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰি কলেজ খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ কাৰ্য্যালয়ৰ বাবে সাংসদ পুজিৰ পৰা লাভ কৰিব লগীয়া পুজিৰ প্ৰথমতেই দহ লাখ টকাৰ এক অনুদান আগবঢ়োৱাৰ কথা ঘোষনা কৰে সাংসদ জনে । তেঁও লগতে কয় যিহেতু মন্ত্ৰী চন্দন ব্ৰহ্ম নিজেও এইখন কলেজৰ  প্ৰাক্তন ছাত্ৰ সেয়ে তেওঁকো এই প্ৰাক্তন ছাত্ৰ সন্থাত সাঙুৰি লোৱাৰ প্ৰস্থাৱ দাঙি ধৰে। বঙাইগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ বাবে গুৱাহাটী আৰু দিল্লীৰ বাবে দুটা পৃথক শাখাৰ প্ৰস্থাবো উত্থাপন কৰে সাংসদজনে । 

    আজি বঙাইগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থাৰ নৱ গঠিত সমিতিৰ শপত গ্ৰহন অনুষ্ঠান অনুষ্ঠিত হয় বঙাইগাঁও কলেজৰ সভাকক্ষত । সন্থাৰ প্ৰাক্তন সভাপতি প্ৰানেশ্বৰ লাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই শপতগ্ৰহন অনুষ্ঠানত কলেজৰ অধ্যক্ষ হিতেশ দাসে নৱ নিৰ্ব্বাচিত সভাপতি তথা সমিতিক আব্দুল খালেকক শপত বাক্য পাঠ কৰোৱায় । সভাত বঙাইগাঁও কলেজৰ অধ্যক্ষ হিতেশ দাসে অহা ১০ আৰু ১১ জুন তাৰিখে বঙাইগাঁও মহাবিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি কামনা কৰে।  সভাত  সন্থাৰ  কাৰ্য্যকৰি সভাপতি গোকুল কলিতা, উপ সভাপতি জ্যোতিৰ্ময় বৈশ্য , সহ কেবাজনো লোকে ভাষন দিয়ে ।

বাইট : আব্দুল খালেক, সাংসদ বৰপেটা লোকসভা সমষ্টী । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.