আমগুৰি,২২মে': আমগুৰি বৰাহীবাৰী পথৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসী। পথটোত সৃষ্টি হোৱা দ গাঁতৰ বাবে বহবাৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে পথটোত। ইফালে, বিদ্যালয়লৈ যাব নোৱাৰা হৈছে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলো। যাৰ বাবে বুধবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে গড়কাপ্তানী বিভাগ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে পথটো নিৰ্মাণৰ দাবী জনায়।
পথৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - উত্তাল প্ৰতিবাদ
আমগুৰি বৰাহীবাৰী পথৰ দুৰৱস্থাৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে
![পথৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3349046-thumbnail-3x2-pnjpg.jpg?imwidth=3840)
পথৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
আমগুৰি,২২মে': আমগুৰি বৰাহীবাৰী পথৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসী। পথটোত সৃষ্টি হোৱা দ গাঁতৰ বাবে বহবাৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে পথটোত। ইফালে, বিদ্যালয়লৈ যাব নোৱাৰা হৈছে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলো। যাৰ বাবে বুধবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে গড়কাপ্তানী বিভাগ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে পথটো নিৰ্মাণৰ দাবী জনায়।
পথৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
পথৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
Intro:Body:Devastaded Mehgarh Ali In Amguri
Samiran Duarah
আমগুৰি: আমগুৰিৰ বৰাহীবাৰীত বিধ্বস্ত ঐতিহাসিক মেহগড় আলি
গড়কাপ্টানী বিভাগৰ অন্তৰ্গত পথটোত পুখুৰীসদৃশ দ গাতৰ সৃষ্টি হৈ পথচাৰীৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
গড়কাপ্টানী বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে
গড়কাপ্টানী বিভাগ মুৰ্দাবাদ ধ্বনিৰে ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে নিৰ্মাণৰ দাবী কৰে।
চামগুৰিৰ পৰা হালোৱাটিং সংযোগী প্ৰায় ১০ কিমি দৈৰ্ঘ্যৰ পথটোৰ দুৰৱস্থাই শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ স্বৰূপ উদঙাই দিছে
Conclusion: