ETV Bharat / briefs

প্লে কাৰ্ডলৈ সদনৰ বাহিৰত ৮ বছৰীয়া শিশু - সদন

জলবায়ু পৰিৱৰ্তনৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ শুকুৰবাৰে ৰাজধানীস্থিত সদনৰ বাহিৰত থিয় দিলে শিশুটিয়ে ।

প্লে কাৰ্ডলৈ সদনৰ বাহিৰত ৮ বছৰীয়া শিশু
author img

By

Published : Jun 22, 2019, 2:29 PM IST

Updated : Jun 22, 2019, 2:35 PM IST

নিউজ ডেস্ক , ২২ জুন : জলবায়ু পৰিৱৰ্তনৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ শুকুৰবাৰে ৰাজধানীস্থিত সদনৰ বাহিৰত থিয় দিলে এগৰাকী ৮ বছৰীয়া শিশু। সাম্প্ৰতিক সময়ত জলবায়ু পৰিৱৰ্তনে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি সজাগ হ'বলৈ প্ৰত্যেক গৰাকী সাংসদ আৰু প্ৰধানমন্ত্ৰীলৈ অনুৰোধ জনাই লিচিপ্ৰীয়া কাংগোজামে।

কণমানি গৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি প্ৰত্যেক গৰাকী সাংসদ আৰু প্ৰধানমন্ত্ৰীলৈ,বৰ্তমান জলবায়ু পৰিৱৰ্তন আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই সন্দৰ্ভত এখন আইন প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে পৃথিৱীখন দিনক-দিনে গৰম হৈ গৈছে আৰু সেয়ে এতিয়াই এই জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত শিশুটিয়ে সাংসদ আৰু প্ৰধানমন্ত্ৰীক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

New Delhi, Jun 22 (ANI): Meet 8-year-old Licypriya Kangujam who is more concerned about climate change than most of the adults. She stood near Parliament premises to draw Prime Minister Narendra Modi's attention towards climate change on Friday. Her appeal is to make a climate change law to save the future.While speaking to ANI, she said, "I urge him and all MPs to act on climate change now and save our future. The sea levels are increasing and the Earth is becoming hotter. They should act now."
Last Updated : Jun 22, 2019, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.