ETV Bharat / briefs

অগ্নিকাণ্ডঃ জাহ গ'ল ১৫টাকৈ পৰিয়ালৰ বাসগৃহ

অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ চাল্লাপালিৰ এন.টি.আৰ.কলনিত জাহ গ'ল ১৫টাকৈ পৰিয়ালৰ বাসগৃহ,গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ এই অগ্নিকাণ্ড সংঘটিত হয়

author img

By

Published : May 5, 2019, 2:38 PM IST

অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণাত অগ্নিকাণ্ড

নিউজ ডেস্ক,৫মে' : অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ চাল্লাপালিৰ এন.টি.আৰ.কলনিত অগ্নিকাণ্ড । অগ্নিকাণ্ডত জাহ যায় ১৫টাকৈ পৰিয়ালৰ বাসগৃহ । গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ এই অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই যদিও ১৫টাকৈ পৰিয়ালৰ কোটি-কোটি টকাৰ সা-সম্পতিৰ জুইত জাহ যায় । স্থানীয় লোকে ঘটনা সংঘটিত হোৱাৰ লগে-লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

SLUG= 15 HOUSES DAMAGED DUE TO FIRE ANDHRA'S 

নিউজ ডেস্ক,৫মে'  :  অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ চাল্লাপালিৰ এন.টি.আৰ.কলনিত অগ্নিকাণ্ড । অগ্নিকাণ্ডত জাহ যায় ১৫টাকৈ পৰিয়ালৰ বাসগৃহ । গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ এই অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই যদিও ১৫টাকৈ পৰিয়ালৰ কোটি-কোটি টকাৰ সা-সম্পতিৰ জুইত জাহ যায় । স্থানীয় লোকে ঘটনা সংঘটিত হোৱাৰ লগে-লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.