ETV Bharat / bharat

WhatsApp tips: WhatsApp ত শ্বেয়াৰ কৰা ফটোৰ কোৱালিটি বেয়া হয় নেকি ? তেন্তে এবাৰ ব্যৱহাৰ কৰি চাওক এই পদ্ধতি

author img

By

Published : Mar 9, 2023, 7:07 PM IST

প্ৰায়ে এনেকুৱা হয় যে আমি WhatsAppত শ্বেয়াৰ কৰা ফটোৰ কোৱালিটি বেয়া হয় ৷ কিন্তু এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই ৷ WhatsAppত এই পদ্ধতি ব্যৱহাৰ কৰি আপুনিও শ্বেয়াৰ কৰিব Best Quality Photo(WhatsApp tips) ৷

Why does image quality drop while sharing on WhatsApp
WhatsAppত শ্বেয়াৰ কৰা ফটোৰ কোৱালিটি বেয়া হয় নেকি ? তেন্তে এবাৰ ব্যৱহাৰ কৰি চাওক এই পদ্ধতি

নিউজ ডেস্ক, 9 মাৰ্চ: WhatsApp এনেকুৱা এটা মেছেজিং প্লেটফৰ্ম, যিটো ভাৰতৰ হাজাৰ হাজাৰ লোকে ব্যৱহাৰ কৰে । ইয়াক ব্যৱহাৰকাৰীসকলে নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ব্যৱহাৰ কৰে । মেটাৰ ইনষ্টেণ্ট মেছেজিং প্লেটফৰ্ম হোৱাটছএপে ক্ৰমান্বয়ে এপটোৰ বিভিন্ন বৈশিষ্ট্য আৰু উন্নতি সাধন কৰি ব্যৱহাৰকাৰীৰ অভিজ্ঞতা বৃদ্ধি কৰি আহিছে (What are some cool WhatsApp tricks?)।

শেহতীয়াকৈ কোম্পানীটোৱে iPhoneত ‘search messages by date’, টেবলেটৰ বাবে এণ্ড্ৰইড বিটাত স্প্লিট ভিউ আদি কিছুমান বৈশিষ্ট্য মুকলি কৰিছে । কেৱল এয়াই নহয়, শেহতীয়াকৈ ৰোল আউট কৰা ফিচাৰৰ তালিকাত হোৱাটছএপে ‘ফটো কোৱালিটি’ৰ বৈশিষ্ট্যও অন্তৰ্ভুক্ত কৰিছে (Image quality drop while sharing on WhatsApp)। এণ্ড্ৰইড আৰু আইফোন ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ এই শেহতীয়া বৈশিষ্ট্য আৰু বৰ্তমান হোৱাটছএপ ডেস্কটপ ব্যৱহাৰকাৰীৰ বাবে ইয়াৰ বিকাশৰ কাম চলি আছে (whatsapp photo quality settings) ।

হোৱাটছএপৰ 'Photo Quality' বৈশিষ্ট্য

ইয়াৰ পূৰ্বে হোৱাটছএপত ব্যৱহাৰকাৰীয়ে প্ৰায়ে তেওঁলোকৰ ফটোৰ মানদণ্ড কম হোৱাৰ অভিযোগ উত্থাপন কৰে (Why WhatsApp photo quality is low?)। কিন্তু এতিয়া ইনষ্টেণ্ট মেচেঞ্জাৰে ফটোবোৰৰ মূল মানদণ্ড আৰু ৰিজ’লিউচন হেৰুৱাই নোপোৱাকৈ ফটো শ্বেয়াৰ কৰিবলৈ দিয়ে (How do I use WhatsApp tips?) ।

ইয়াত হোৱাটছএপৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ‘Auto’, ‘Best Quality’ আৰু‘ 'Data Saver'ৰ মাজত নিজৰ পছন্দৰ মিডিয়া আপলোড গুণগত মান বাছি ল’ব পাৰে । অৰ্থাৎ ই ব্যৱহাৰকাৰীসকলক image sharingৰ ওপৰত অধিক নিয়ন্ত্ৰণ দিয়ে তথা ব্যৱহাৰকাৰীক তথ্য সংৰক্ষণ কৰিবলৈ ছবিসমূহ তেওঁলোকৰ মূল মানদণ্ডত প্ৰেৰণ কৰিব বিচাৰে নে নাই সেইটো নিৰ্বাচন কৰিবলৈ দিয়ে (How do I fix my WhatsApp picture quality?)। এই ছেটিংৰ জৰিয়তে যেতিয়াই আপোনাৰ ডিভাইচ ৱাই-ফাইৰ সৈতে সংযুক্ত হ’ব তেতিয়াই হোৱাটছএপে স্বয়ংক্ৰিয়ভাৱে উচ্চ মানদণ্ডৰ ছবি প্ৰেৰণ কৰিব ।

Android ত কেনেকৈ original quality picture পঠাব পাৰি

  • প্ৰথমে হোৱাটছএপ খুলি ওপৰৰ সোঁফালৰ চুকত থকা তিনিটা বিন্দুৰ মেনু বুটামটো ক্লিক কৰক ।
  • তাৰ পিছত Settings বিকল্পটো নিৰ্বাচন কৰক ।
  • তাৰ পিছত Storage & Data বিকল্পত টেপ কৰক ।
  • এতিয়া Media upload quality sectionৰ অন্তৰ্গত Photo Upload Qualityত টেপ কৰক ।
  • তাৰ পিছত, অটো, Auto’ বা Best Quality, Data Saverৰ পৰা আপুনি বিচৰা মানদণ্ড বাছি লওক ।
  • এবাৰ নিশ্চিত হোৱাৰ পিছত OK বুটামটো ক্লিক কৰক ।

iOS ত WhatsApp ত কেনেকৈ Original Quality ফটো প্ৰেৰণ কৰিব পাৰি

  • প্ৰথমে এপল ডিভাইচৰ বাবে হোৱাটছএপৰ শেহতীয়া সংস্কৰণ ডাউনলোড কৰক ।
  • তাৰ পিছত আপোনাৰ iOS ডিভাইচত হোৱাটছএপ লঞ্চ কৰক আৰু তলৰ সোঁফালৰ চুকত থকা Settingsত টেপ কৰক ।
  • তাৰ পিছত Storage & Data বিকল্পত টেপ কৰক(How increase WhatsApp picture quality in iPhone?)।
  • এতিয়া Media upload quality বিকল্পত টেপ কৰক(whatsapp photo quality iphone)।
  • তাৰ পিছত উপলব্ধ ফটোৰ মানদণ্ডৰ বিকল্পসমূহৰ পৰা Auto’ বা Best Quality, Data Saver বিকল্প বাচনি কৰক ।
  • ইয়াৰ পিছত OK বুটামটো ক্লিক কৰক ।

লগতে পঢ়ক: Tecno Spark 10 Pro: 32 মেগাপিক্সেলৰ চেলফি কেমেৰাৰ সৈতে আহিল টেকনোৰ এই নতুন স্মাৰ্টফোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.