ETV Bharat / bharat

সপ্তাহটোৰ ৰাশিফল - সপ্তাহটোৰ ৰাশিফল

কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ চাওক সপ্তাহটোৰ ৰাশিফল...

সপ্তাহটোৰ ৰাশিফল
সপ্তাহটোৰ ৰাশিফল
author img

By

Published : Aug 15, 2021, 12:02 AM IST

15 আগষ্টৰ পৰা 21 আগষ্ট পৰ্যন্ত ৰাশিফল :

মেষ ৰাশি : শুভ সপ্তাহ ৷ ভ্ৰমণৰ যোগ ৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা ৷ প্ৰেমত বাধা আহিব পাৰে ৷ পৰিয়ালৰ জ্যেষ্ঠজনৰ স্বাস্থ্য যতন লওক ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মস্থলীত বিপদ হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷

বৃষ ৰাশি : সপ্তাহটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ চাকৰি কৰি থকাসকলে অধিক সতৰ্কতাৰে কাম কৰক ৷ সপ্তাহটোৰ মাজভাগত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু সময় লাগিব ৷ প্ৰেমত শুভ ৷ বৈবাহিক জীৱন সুখৰ ৷

মিথুন ৰাশি : সপ্তাহটো শুভ ৷ কিন্তু যাত্ৰাৰ ক্ষেত্ৰত শুভ নহয় ৷ সপ্তাহটোৰ আৰম্ভণিতে ব্যৱসায়ৰ নতুন লেন-দেন সম্পন্ন কৰিব পাৰে ৷ ব্যৱসায়ত লাভাৰ্জন ৷ আৰ্থিক স্থিতি উন্নত ৷ নতুন সম্পত্তি ক্ৰয় ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ সপ্তাহ ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷

কর্কট ৰাশি : সপ্তাহটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ কেৰিয়াৰত গুৰুত্ব দিয়ক ৷ স্বাস্থ্যৰ যতন লওক ৷ আৰ্থিক স্থিতি সবল হ’ব ৷ কিন্তু এই সপ্তাহত যিকোনো লোকক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক ৷

সিংহ ৰাশি : সপ্তাহটো শুভ ৷ সপ্তাহটোৰ আৰম্ভণিতে ভ্ৰমণ যোগ আছে । এই ভ্ৰমণৰ সময়চোৱাত কিছু নতুন বন্ধু লাভ । দাম্পত্য জীৱন সুখৰ ৷ প্ৰেমত শুভ ৷ ব্যৱসায়ত শুভ ৷ চাকৰি কৰি থকাসকলৰ বাবে এই সময়চোৱা মধ্যমীয়া হ’ব ৷

কন্যা ৰাশি : সপ্তাহটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ সপ্তাহৰ আৰম্ভণিটো ভাল নহ’ব পাৰে । কোনো বিষয়কলৈ খুব চিন্তিত হ’ব । শিক্ষাৰ্থীসকলৰ বাবে শুভ সপ্তাহ ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ স্বাস্থ্য অনুন্নত ৷ খৰচ বৃদ্ধি ৷

তুলা ৰাশি : সপ্তাহটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ৷ খৰচ বৃদ্ধি ৷ স্বাস্থ্যৰ অৱনতি ঘটিব ৷ প্ৰেমত বাধা আহিব পাৰে ৷

বৃশ্চিক ৰাশি : ব্যৱসায়ত শুভ ৷ বিবাহিত জীৱন সুখৰ ৷ কৰ্মত অগ্ৰগতি ৷ সপ্তাহৰ শেষৰ দিনকেইটাত ভ্ৰমণৰ যোগ আছে ৷

ধনু ৰাশি : সপ্তাহটো শুভ ৷ আয় বৃদ্ধি, ব্যয় কম হ’ব ৷ চাকৰি কৰি থকাসকলৰ স্থানান্তৰণ বা বদলি হ’ব পাৰে ৷ বিবাহৰ যোগ ৷ দাম্পত্য জীৱন সুখৰ ৷ প্ৰেমত জটিলতা ৷

মকৰ ৰাশি : সপ্তাহটো শুভ ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ আয় বৃদ্ধি ৷ জীৱন সংগীৰ সৈতে মত বিৰোধ হ’ব পাৰে ৷ সপ্তাহটোৰ মাজভাগত ভ্ৰমণৰ যোগ ৷

কুম্ভ ৰাশি : সপ্তাহটো শুভ ৷ আত্ম-বিশ্বাস বৃদ্ধি ৷ বিবাহৰ যোগ ৷ দাম্পত্য জীৱন সুখৰ ৷ প্ৰেমত শুভ ৷

মীন ৰাশি : সপ্তাহটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ চিন্তা তথা উদ্বেগৰ পৰা আঁতৰত থাকক । কৰ্মত মনোযোগ দিয়ক ৷ আয় বৃদ্ধি ৷ দাম্পত্য জীৱন সুখৰ ৷ ভ্ৰমণৰ বাবে শুভ সপ্তাহ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.