ETV Bharat / bharat

Pro Khalistan Preacher Warning : খালিস্তানপন্থী প্ৰচাৰকৰ সতৰ্কবাণী, অমৃতপাল সিঙৰ সমৰ্থকক মুকলি পঞ্জাৱ আৰক্ষীৰ

author img

By

Published : Feb 23, 2023, 9:18 PM IST

পঞ্জাৱত আৰক্ষী আৰু খালিস্তানপন্থীৰ মাজত হতাহতি ৷ ইযাৰ পাচতেই আৰক্ষীয়ে মুকলি কৰি দিয়ে খলিস্তানপন্থী প্ৰচাৰক অমৃতপাল সিঙৰ সহায়ক আৰু সংগঠনটোৰ সদস্য লাভপ্ৰীত তুফানক (pro Khalistan preacher Amritpal Singh)৷

punjub
punjub

নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : খলিস্তানপন্থী প্ৰচাৰক অমৃতপাল সিঙৰ (pro Khalistan preacher Amritpal Singh) নেতৃত্বত 'ৱাৰিছ পঞ্জাব দি'ৰ (Waris Punjab De) সদস্যসকলে পঞ্জাবৰ অমৃতসৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ কেইঘণ্টামান পিচতে সিঙৰ সহায়ক আৰু সংগঠনটোৰ সদস্য লাভপ্ৰীত তুফানক বৃহস্পতিবাৰে ৰাজ্যিক আৰক্ষীয়ে মুকলি কৰি দিয়ে (Amritpal Singh clash with Punjub Police) ।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অমৃতসৰৰ এছএছপিয়ে উল্লেখ কৰে যে, টুফানৰ মুক্তি 'পঞ্জাব আৰক্ষীৰ সন্মুখত উপস্থাপন কৰা প্ৰমাণ'ৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে । "গোচৰটোৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে ।" তেওঁ লগতে কয় (Waris Punjab De member Toofan released) ।

দিনটোৰ আৰম্ভণিতে সিঙে সতৰ্কবাণী প্ৰদান কৰাৰ পিচতে তেওঁ সংঘৰ্ষত আৰক্ষী কৰ্মীসকল আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ খণ্ডন কৰে । "আৰক্ষী কৰ্মীসকল আঘাতপ্ৰাপ্ত হোৱাৰ মিছা বাতৰি প্ৰচাৰ কৰা হৈছে । আমাৰ 10-12 জন লোক আঘাতপ্ৰাপ্ত হৈছে । তুফান সিঙক মুকলি কৰা উচিত, আমি আৰু ২৪ ঘণ্টা অপেক্ষা নকৰোঁ ।" সংবাদ সংস্থা এএনআইৰ উদ্ধৃতি অনুসৰি তেওঁ এনেদৰে কয় (Waris Punjab De protest Tufan Singh detention) ।

তেওঁ লগতে উল্লেখ কৰে যে, গোচৰটোত এজাহাৰ দাখিল কৰাটো সম্পূৰ্ণৰূপে এটা 'ৰাজনৈতিক উদ্দেশ্য'ৰ বাবে হৈছিল । তেওঁ কয়, "যদি তেওঁলোকে পৰৱৰ্তী এঘণ্টাৰ ভিতৰত গোচৰটো বাতিল নকৰে তেন্তে পৰৱৰ্তী সময়ত যি ঘটিব তাৰ বাবে প্ৰশাসন দায়বদ্ধ হ'ব ।" ইয়াৰ পূৰ্বে তুফানক আটক কৰাৰ বিৰুদ্ধে সিং আৰু তেওঁৰ সমৰ্থকসকলে অমৃতসৰত এক প্ৰতিবাদী সমদল উলিয়াইছিল । জালুপুৰ খাইৰা গাঁৱত আজনালা আৰক্ষী থানা অভিমুখে পদযাত্ৰা আৰম্ভ হৈছিল ।

প্ৰতিবাদকাৰী 'ৱাৰিছ পঞ্জাব দি'ৰ সদস্যসকলে অজ্ঞাত কাৰাগাৰত বন্দী তুফান সিঙৰ মুক্তিৰ দাবীত শ্লোগান দিয়ে । প্ৰতিবাদী সমদলৰ নেতৃত্ব দিয়াৰ সময়ত অমৃতপালে কয় যে তেওঁৰ সহকৰ্মী তুফান সিঙক আৰক্ষীয়ে 'অত্যাচাৰ' কৰি আছে । জালুপুৰ খাইৰা গাঁৱৰ পৰা প্ৰস্থান কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অমৃতপাল সিঙে কয় যে, তুফান সিঙৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ তেওঁ প্ৰায় ১৫০ জন সহকৰ্মীৰ এটা দলৰ সৈতে আজনালা এৰিছে ।

তেওঁ কয় যে, তেওঁ আজনালা আৰক্ষী থানাৰ কৰ্তৃপক্ষক তুফান সিঙক তাৎক্ষণিকভাৱে মুক্তি দিবলৈ আবেদন কৰিব (Ajnala Police Station release Tufan Sing) । অমৃতপালে অভিযোগ কৰিছিল যে তুফান সিঙ অত্যাচাৰৰ সন্মুখীন হৈছে আৰু আৰক্ষীয়ে "তেওঁক উকা কাগজত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰাইছিল" । অমৃতপালে আৰু সতৰ্ক কৰি দিছিল যে যদি তেওঁলোকৰ সহকৰ্মীক তাৎক্ষণিকভাৱে মুকলি কৰা নহয়, তেন্তে সংগঠনটোৱে "নিজৰ পৰিকল্পনা অনুসৰি কাম কৰিব" ।

'ৱাৰিছ পঞ্জাব দি' নেতাজনে লগতে অভিযোগ কৰিছিল যে তেওঁৰ সহকৰ্মীসকলক হাৰাশাস্তি কৰি প্ৰতিবাদ উলিয়াবলৈ বাধা দিয়াৰ চেষ্টা কৰা হৈছে । অমৃতপালে কয়ল যে সংগতক বিয়াছ দলঙত ৰখাই দিয়া হৈছে আৰু আৰক্ষী প্ৰশাসনে প্ৰতিবাদী শোভাযাত্ৰাত যোগদান কৰিবলৈ সচখণ্ড শ্ৰী হৰমন্দিৰ চাহিবত উপস্থিত হোৱা সংগঠনবোৰকো হাৰাশাস্তি কৰি আছে । আৰক্ষী কৰ্মীৰ সৈতে প্ৰতিবাদকাৰী 'ৱাৰিছ পঞ্জাব দি' সদস্যসকলৰ মুখামুখী হোৱাৰ এটা ভিডিঅ' ইণ্টাৰনেটত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে ।

লগতে পঢ়ক :Pawan khera got interim bail: কংগ্ৰেছ নেতা পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.