ETV Bharat / bharat

ঝাৰখণ্ডত নক্সালবাদী দম্পত্তীক মৰিয়াই হত্যা গাঁওবাসীৰ - jharkhand naxalite couple murder

ভূমি সংক্ৰান্তত ঝাৰখণ্ডৰ মনাতু থানাৰ অন্তৰ্গত কুণ্ডলীপুৰত এজন লোকক গুলিয়াই হত্যা কৰিছিল এজন নক্সালবাদী সদস্যই ৷ ইয়াৰ পিছতেই ক্ষোভিত গাঁওবাসীয়ে মৰিয়াই মৰিয়াই হত্যা কৰে নক্সালবাদী দম্পত্তীক ৷

jh_villagers-murdered-naxalite-husband-and-wife-in-palamu_img_7203481
ঝাৰখণ্ডত নক্সালবাদী দম্পত্তীক মৰিয়াই হত্যা গাঁওবাসীৰ
author img

By

Published : Jan 2, 2021, 10:52 AM IST

নেশ্যনেল ডেস্ক,2 জানুৱাৰী: ঝাৰখণ্ডৰ নক্সালবাদী প্ৰবন অঞ্চল মনাতু থানাৰ অন্তৰ্গত কুণ্ডলীপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এক নক্সালবাদী দম্পত্তীক মৰিয়াই মৰিয়াই হত্যা কৰিলে গাওঁবাসীয়ে ৷

ভূমি সংক্ৰান্তীয় বিবাদে চূড়ান্ত পৰ্যায় পোৱাত সংঘটিত হয় এই ঘটনা ৷ ভূমি সংক্ৰান্তত গাঁওখনৰ এজন লোকক গুলিয়াই হত্যা কৰিছিল নক্সালবাদী সদস্যজনে ৷ ইয়াৰ পিছতে ক্ষোভিত গাঁওবাসীয়ে মৰিয়াই মৰিয়াই হত্যা কৰে নক্সালবাদী সদস্য আৰু তেওঁৰ পত্মীক ৷

মনাতু থানাৰ সহকাৰী আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে ঘটনাস্থলীলৈ আৰক্ষীৰ দল ৰাওনা হোৱা বুলি জনিবলৈ দিছে ৷

লগতে পঢ়ক : দিল্লী গাজিপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত আত্মহত্যা কৃষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.