ETV Bharat / bharat

Vijayapura Siddeswara Swamiji is no more : বিজয়পুৰ জ্ঞানযোগশ্ৰমৰ সিদ্ধেশ্বৰ মহাস্বামীৰ দেহাৱসান - সিদ্ধেশ্বৰ মহাস্বামী আৰু নাই

বিজয়পুৰ জ্ঞানযোগশ্ৰমৰ সিদ্ধেশ্বৰ মহাস্বামীৰ দেহাৱসান (Vijayapura Siddeswara Swamiji is no more)৷ সোমবাৰে বিয়লি 6:05 বজাত শেষ নিশ্বাস ত্যাগ কৰে সিদ্ধেশ্বৰ মহাস্বামীয়ে ৷ জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰা মতে মঙলবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ​​স্বামীজীৰ ৷

Vijayapura Siddeswara Swamiji is more
সিদ্ধেশ্বৰ মহাস্বামী আৰু নাই
author img

By

Published : Jan 2, 2023, 11:02 PM IST

Updated : Jan 5, 2023, 2:32 PM IST

  • বিজয়পুৰ জ্ঞানযোগশ্ৰমৰ সিদ্ধেশ্বৰ মহাস্বামী আৰু নাই (Vijayapura Siddeswara Swamiji is no more)
  • সোমবাৰে বিয়লি 6:05 বজাত দেহাৱসান ঘটে সিদ্ধেশ্বৰ মহাস্বামীৰ (Vijayapura Siddeswara Swamiji passes away)
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ
  • কৰ্ণাটকৰ বিজয়াপুৰ জিলাৰ টিকোটা তালুকৰ বিজ্জাৰাগী গাঁৱত জন্মগ্ৰহণ কৰা সিদ্ধেশ্বৰ মহাস্বামীজীৰ প্ৰকৃত নাম বিবেকানন্দ
  • কাইলৈ অৰ্থাৎ মঙলবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ​​স্বামীজীৰ
  • এই কথা উল্লেখ কৰে জিলা উপায়ুক্তগৰাকীয়ে

Last Updated : Jan 5, 2023, 2:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.