ETV Bharat / bharat

Healthy Skin care tips: উজ্জল ছালৰ বাবে কম খৰচতে ব্যৱহাৰ কৰক এইসমূহ প্ৰাকৃতিক উপাদান

author img

By

Published : May 29, 2023, 7:45 PM IST

ছালৰ বিশেষজ্ঞসকলৰ মতে, গ্ৰীষ্মকালত ছালত প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত আপোনাৰ ছালৰ বিশেষ ক্ষতি নহয় আৰু লগতে উজ্জলতাও থাকে । এই প্ৰাকৃতিক উপাদানসমূহৰ বিষয়ে জানো আহক...

Use natural things for glowing skin, the burden of pocket will also reduce
উজ্বল ছাল পাবৰ বাবে কম টকাতে ব্যৱহাৰ কৰক এইসমূহ প্ৰাকৃতিক সামগ্ৰী

শাৰীৰিক স্বাস্থ্যৰ দৰেই ছালৰ যত্ন লোৱাটোও আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় । গৰমৰ বতৰত যিয়েই নহওক, ৰ’দৰ অতি বেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শলৈ অহাৰ বাবে আমাৰ ছালখন নষ্ট হৈ পৰে (natural things for glowing skin)। অৱশ্যে সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত বহুতো প্ৰসাধন সামগ্ৰী আহিছে, যিবোৰ মানুহে অধিক ব্যৱহাৰ কৰি আছে । কিন্তু এই প্ৰসাধন সামগ্ৰীবোৰে ছালত ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ পেলায় (coffee for skin care)।

কিছুমান প্ৰসাধন সামগ্ৰী অতি গধুৰ আৰু তেলীয়া হয়, যাৰ বাবে ইহঁতে ছিদ্ৰবোৰ বন্ধ কৰি ৰাখিব পাৰে । কেৱল এয়াই নহয়, ব্ৰণৰ ব্ৰেকআউট হোৱাৰ লগতে ই ছালৰ শুকানতাও বৃদ্ধি কৰিব পাৰে । কিন্তু যদি আপুনিও যদি দৈনিক প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি আছে তেন্তে আপোনাৰ ছালৰ বিশেষ যত্ন লোৱাটো উচিত ।

ছালৰ বিশেষজ্ঞসকলৰ মতে, গ্ৰীষ্মকালত ছালত প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত আপোনাৰ ছালৰ কোনো বিশেষ ক্ষতি নহয় আৰু লগতে গ্লোও বৃদ্ধি পায় । এই প্ৰাকৃতিক বস্তুবোৰৰ বিষয়ে জানো আহক...

ভিটামিন চি

ভিটামিন চিত উচ্চ এন্টিঅক্সিডেন্ট পোৱা যায় (Healthy Skin care tips)। ই হাইপাৰ পিগমেণ্টেচন, মিহি ৰেখা আৰু বলিৰেখা হ্ৰাস কৰে । ই ছালত মেলানিনৰ উৎপাদন নিয়ন্ত্ৰণ কৰে । ইয়াৰ উপৰিও ভিটামিন চিয়ে ছালখনক ৰ’দৰ ক্ষতি আৰু ডাৰ্ক চাৰ্কল হোৱাৰ পৰাও ৰক্ষা কৰে । কমলা, কিউি, নেমু, ষ্ট্ৰবেৰী আৰু আঙুৰৰ লগতে বিলাহী আৰু কেপচিকামৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰি ভিটামিন চি লাভ কৰিব পৰা যায় (Hacks of skin care)।

কফি

কফি বেছিভাগ মানুহৰে অন্যতম প্ৰিয় পানীয় । কিন্তু আমাৰ ছালৰ বাবেও ই অতি উপকাৰী । কফিয়ে ছালৰ পৰা মৃত কোষ আঁতৰাই পেলায় । চকুৰ তলত কফি লগালে ডাৰ্ক চাৰ্কলৰ সমস্যা দূৰ হয় । সেইবাবেই এই প্ৰাকৃতিক উপাদান ছালৰ বাবেও অতি উপকাৰী ।

হালধি

হালধিত এন্টিঅক্সিডেন্ট আৰু এন্টি নিওপ্লাষ্টিক গুণ আছে । একজিমা, চ’ৰিয়াচিছ, পোৰা, ঘা আৰু ব্ৰণ আদি ছালৰ বহু সমস্যাত হালধি অত্যন্ত উপকাৰী । ইয়াৰ উপৰিও ই আমাৰ ছালখনক ৰ’দৰ ক্ষতিৰ পৰাও ৰক্ষা কৰে ।

লগতে পঢ়ক: Sad Music: নিসংগতাৰ সময়ত দুখজনক সংগীতে আমাৰ মনত কেনে প্ৰভাৱ পেলাব পাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.