ETV Bharat / bharat

কুঁৱা খান্দি থাকোতে মৃত্যু দুই শ্ৰমিকৰ

author img

By

Published : Apr 11, 2021, 8:19 PM IST

অৰুণাচলৰ নাহৰলগুনত শোকাৱহ দুৰ্ঘটনা ৷ কুঁৱা খান্দি থাকোতেই মৃত্যু ঘটিল নাওবৈচাৰ ফটেহপুৰৰ দুজন শ্ৰমিকৰ ৷

কুঁৱা খান্দি থাকোতে মৃত্যু দুই শ্ৰমিকৰ
কুঁৱা খান্দি থাকোতে মৃত্যু দুই শ্ৰমিকৰ

নাওবৈচা,11 এপ্ৰিল: দেওবাৰে অৰুণাচলৰ নাহৰলগুনৰ বৰপানীত এক শোকাৱহ ঘটনা সংঘটিত হয় । কুঁৱা খান্দি থাকোতে মৃত্যুক সাৱটিলে নাওবৈচাৰ ফতেহপুৰৰ দুজন শ্ৰমিকে । সলিল সমাধি ঘটা শ্ৰমিক দুজন ক্ৰমে আব্দুল আজিজ (২৮) আৰু আব্দুল হান্নান(২৫) বুলি জানিব পৰা গৈছে ।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নাওবৈচা অঞ্চলত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ইতিমধ্য অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে মৃত ব্যক্তি দুজনৰ পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগ কৰি মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : কোচবিহাৰৰ ঘটনাক গণহত্যা আখ্যা মমতা বেনাৰ্জীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.