ETV Bharat / bharat

কুৰ্ণলত প্ৰায় কোটি টকাৰ মূল্যবান সামগ্ৰী জব্দ

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণল জিলাত জব্দ প্ৰায় ১.০৪ কোটি মূল্যৰ বহু মূল্যৱান সামগ্ৰী । দুজন লোকে এখন বাহনত লৈ যোৱা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১ কিল’গ্ৰামৰ সোণ, প্ৰায় ৬১ লাখ টকাৰ হীৰা আৰু ২৭ হাজাৰ টকাৰ মুকুতা ।

author img

By

Published : Apr 14, 2021, 10:38 PM IST

কুৰ্ণুলত প্ৰায় ১ কোটিৰ সোণ,হীৰা আৰু মুকুতাসহ আটক দুজন লোক

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল: অন্ধ্ৰ প্ৰদেশত উদ্ধাৰ বৃহৎ পৰিমাণৰ সোণ, হীৰা আৰু মুকুতা । ৰাজ্যখনৰ কুৰ্ণল জিলাত জব্দ প্ৰায় ১.০৪ কোটি মূল্যৰ এই মূল্যৱান সামগ্ৰীসমূহ । জিলাখনৰ পাঞ্চালিংগালা চেকপোষ্টত নিয়মীয়া তালাচীত আৰক্ষীয়ে সামগ্ৰীখিনি জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে ।

দুজন লোকে এখন বাহনত লৈ যোৱা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১ কিল’গ্ৰামৰ সোণ, প্ৰায় ৬১ লাখ টকাৰ হীৰা আৰু ২৭ হাজাৰ টকাৰ মুকুতা । আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত কেইজনক আটক কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: কলকাতা বিমানবন্দৰত বাধ্যতামূলক ক’ভিডৰ ৰিপ’ৰ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.