ETV Bharat / bharat

পুনৰুদ্ধাৰ হ’ল ভেংকয়া নাইডুৰ ব্যক্তিগত টুইটাৰৰ ব্লু টীক

author img

By

Published : Jun 5, 2021, 1:25 PM IST

উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ টুইটাৰ একাউণ্টৰ পৰা ‘ভেৰিফাইড ব্লু টিক’ আঁতৰাই পৰৱৰ্তী সময়ত পুনৰুদ্ধাৰ কৰে টুইটাৰে ৷ দীৰ্ঘসময় ধৰি তেওঁক ব্যক্তিগত একাউণ্টটো নিস্ক্ৰিয় হৈ থকা বাবে ব্লু টীক আঁতৰাইছিল টুইটাৰে ৷

Twitter restores blue verified badge on VP Venkaiah Naidu's personal handle
পুনৰুদ্ধাৰ হ’ল ভেংকয়া নাইডুৰ ব্যক্তিগত টুইটাৰৰ ব্লু টীক

নেশ্যনেল ডেস্ক,5 জুন : শনিবাৰে টুইটাৰে উপৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ টুইটাৰ একাউণ্টৰ পৰা ‘ভেৰিফাইড ব্লু টিক’ আঁতৰাই পৰৱৰ্তী সময়ত পুনৰুদ্ধাৰ কৰে ৷ উপ ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ বিষয়াই কয় যে, এক দীৰ্ঘসময় ধৰি উপ ৰাষ্ট্ৰপতি গৰাকীৰ ব্যক্তিগত একাউণ্ট @MVenkaiahNaidu নিস্ক্ৰিয় হৈ থকা বাবে টুইটাৰৰ এলগৰিদমে ‘ব্লু বেজ’টো আঁতৰাই দিয়ে ৷ তেওঁৰ একাউণ্টৰ পৰা শেষৰটো পোষ্ট বিগত বৰ্ষৰ 23 জুলাইত কৰা হৈছিল ৷

বিষয়াসকলে আৰু কয় যে, ব্লু টীক বেজটো আঁতৰোৱাৰ পিছতে টুইটাৰে যোগাযোগ কৰি শনিবাৰে পুৱা প্ৰায় 10.30 বজাত ব্লু টীকটো বেজটো পুনৰুদ্ধাৰ কৰে ৷

লগতে পঢ়ক- মাউতৰ মৃত্যুত শেষ শ্ৰদ্ধাঞ্জলি জনালে পল্লট ব্ৰহ্মদাথনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.