ETV Bharat / bharat

ত্ৰিপুৰাত ড্ৰাম চিডাৰ মেচিন ব্যৱহাৰ সম্পৰ্কত সজাগতা অভিযান - সুজিত কুমাৰ

দক্ষিণ ত্ৰিপুৰা জিলাৰ শান্তিৰবাজাৰ মহকুমাৰ অন্তৰ্গত বকোফা অঞ্চলত কৃষকসকলক ড্ৰাম চিডাৰ যন্ত্ৰৰ উপযোগিতা সন্দৰ্ভে অৱগত কৰিবলৈ ড্ৰাম চিডাৰ মেচিনৰ এক পৰীক্ষামূলক প্ৰয়োগ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

Tripura introduces Drum seeder for less time consuming sowing
ত্ৰিপুৰাত ড্ৰাম চিডাৰ মেচিনৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা অভিযান
author img

By

Published : Dec 29, 2020, 10:03 PM IST

আগৰতলা, 29 ডিচেম্বৰ : ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ শান্তিৰবাজাৰ মহকুমাৰ অন্তৰ্গত বকোফা অঞ্চলত কৃষকসকলক ড্ৰাম চিডাৰ যন্ত্ৰৰ উপযোগিতা সন্দৰ্ভে সজাগতা সৃষ্টি কৰিবলৈ ড্ৰাম চিডাৰ মেচিনৰ এক পৰীক্ষামূলক প্ৰয়োগ অনুশীলন অনুষ্ঠিত কৰা হয় ।

Tripura introduces Drum seeder for less time consuming sowing
ত্ৰিপুৰাত ড্ৰাম চিডাৰ মেচিন ব্যৱহাৰ সম্পৰ্কত সজাগতা অভিযান

দক্ষিণ ত্ৰিপুৰা জিলাৰ কৃষি বিভাগৰ অধীনস্থ বগাফা কৃষি উপ-সংমণ্ডলৰ অধীক্ষক সুজিত কুমাৰে কয় যে, "পাৰম্পৰিক কৃষি কৰা সকলৰ মাজত ড্ৰাম চিডাৰ যন্ত্ৰক পৰিচয় কৰি দিয়াৰ বাবে কাৰ্যসূচীটোৰ আয়োজন কৰা হৈছে । ড্ৰাম চিডাৰ হৈছে নতুন প্ৰজন্মৰ কৃষি সঁজুলিৰ এক অনন্য যন্ত্ৰ ৷ মঙলবাৰে বগাফা কৃষি সংমণ্ডলত মেচিনটো প্ৰচলিত কৰা হয়। "

Tripura introduces Drum seeder for less time consuming sowing
ত্ৰিপুৰাত ড্ৰাম চিডাৰ মেচিনৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা অভিযান

লগতে দাসে উল্লেখ কৰে যে, চৰকাৰে এতিয়া এই সঁজুলিবোৰৰ বাবে ৪ হাজাৰ টকাৰ ৰাজ সাহায্য প্ৰদান কৰি আছে । চলিত বৰ্ষতে ত্ৰিপুৰাৰ বিভিন্ন স্থানত এনে ৫০ টা সঁজুলি প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক: তেলেংগানাত চিনাক্ত নতুন লক্ষণৰ COVID-19ৰ প্ৰথম জন ৰোগী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.