ETV Bharat / bharat

কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিক বিশেষভাৱে গুৰুত্ব দিছে: পীযুষ বিশ্বাস

author img

By

Published : Mar 31, 2021, 3:27 PM IST

কংগ্ৰেছ দলে খিলঞ্জীয়া লোকসকলৰ অধিকাৰ আৰু সংস্কৃতি সুৰক্ষিত কৰিবলৈ এডিচি প্ৰদান কৰিছে । কংগ্ৰেছেই টিটিএএডিচিক এক নতুন ৰূপ দিব বিচাৰে । কংগ্ৰেছে কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই । ই গেৰাণ্টি শব্দটো ব্যৱহাৰ কৰিছে । কংগ্ৰেছ ক্ষমতালৈ আহিলে নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব । এই মন্তব্য ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি পীযুষ বিশ্বাসৰ ।

কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিক বিশেষভাৱে গুৰুত্ব দিছেঃ পিয়ূয বিশ্বাস

নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: আগন্তুক ত্ৰিপুৰা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সকলো । তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । মংগলবাৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি পীযুষ বিশ্বাসে নিৰ্বাচনী প্ৰচাৰ সভাত বাওঁ আৰু শাসকীয় বিজেপি-আইপিএফটি দলক তীব্ৰ কটাক্ষ কৰে ।

এই দুয়োটা দলে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ দুৰ্দশা অপেক্ষা কৰিছিল বুলি এইদৰে কটাক্ষ কৰে । সুদীৰ্ঘ সময় ধৰি বাওঁপন্থীয়ে টিটিএএডিচি শাসন কৰিছিল । বিজেপি-আইপিএফটি মিত্ৰজোঁটে যোৱা তিনি বছৰ ধৰি ৰাজ্যশাসন কৰি আহিছে । কিন্তু কি এনেকুৱা পৰিৱৰ্তন হৈছে ? কিবা সলনি হৈছে নেকি ৰাজ্যখনত বুলি কয় পীযুষ বিশ্বাসে ।

তেওঁ লগতে কয় যে, নিৰ্বাচন আহে আৰু নিৰ্বাচন যায় । কিন্তু ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলে তেওঁলোকে জনপ্ৰতিনিধিৰ পৰা মিছা প্ৰতিশ্ৰুতিৰ বাহিৰে একো লাভ কৰা নাই । গতিকে এইবাৰ ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছ প্ৰাৰ্থীসকলৰ পক্ষত ভোট দিবলৈ ৰাজ্যবাসীক আহ্বান জনাই কয় যে, কংগ্ৰেছে কেতিয়াও বিজেপি বা চিপিএমৰ দৰে লোকৰ সৈতে বিশ্বাসঘাতকতা নকৰে ।

কংগ্ৰেছ দলেই খিলঞ্জীয়া লোকসকলৰ অধিকাৰ আৰু সংস্কৃতি সুৰক্ষিত কৰিবলৈ এডিচি প্ৰদান কৰিছে । কংগ্ৰেছেই টিটিএএডিচিক এক নতুন ৰূপ দিব বিচাৰে বুলি কয় । লগতে কংগ্ৰেছে বৰ্ধিত সমস্যাবোৰৰ সমাধান কৰিব বিচাৰে বুলিও উল্লেখ কৰে পীযুষ বিশ্বাসে । ইয়াৰোপৰি তেওঁ কয় যে, কংগ্ৰেছে ইস্তাহাৰত ৰাজ্যিক জনসাধাৰণক নিশ্চিত সেৱা প্ৰদানৰ বিষয়ে কৈছে ।

আনফালে, কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ সন্দৰ্ভত কয় য়ে কংগ্ৰেছে কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই । ই গেৰাণ্টি শব্দটো ব্যৱহাৰ কৰিছে । কংগ্ৰেছ ক্ষমতালৈ আহিলে নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব । কংগ্ৰেছৰ ইস্তাহাৰত কোৱা হৈছিল যে ই নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ভাট্টা হিচাপে ২,০০০ টকা আগবঢ়াব । উল্লেখ্য যে, ৰাজ্যখনৰ আম্পীনগৰৰ পৰা সঞ্জীৱ ক'ল'ই কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

লগতে পঢ়ক: 'স্পুটনিক ভি'ক জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.