ETV Bharat / bharat

কৰ্মচাৰী-পেঞ্চনাৰক ৩ শতাংশ দৈনিক ভাট্টা প্ৰদান কৰিব ত্ৰিপুৰা চৰকাৰে

কৰ্মচাৰী আৰু পেঞ্চনাৰক ৩ শতাংশ দৈনিক ভাট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ ত্ৰিপুৰা চৰকাৰ । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই কথা ঘোষণা কৰিছে । অহা মাৰ্চ মাহৰ পৰা এই নতুন দৈনিক ভাট্টা প্ৰদান কৰা হ'ব ।

author img

By

Published : Feb 25, 2021, 9:45 PM IST

কৰ্মচাৰী-পেঞ্চনাৰক ৩ শতাংশ দৈনিক ভাট্টা প্ৰদানৰ কৰিব ত্ৰিপুৰা চৰকাৰে

নেশ্যনেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে ত্ৰিপুৰাৰ ৰাজ্যিক মন্ত্ৰী পৰিষদে কৰ্মচাৰী আৰু পেঞ্চনাৰক ৩ শতাংশ দৈনিক ভাট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে । ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । পোষ্টটোত উল্লেখ কৰা মতে, প্ৰতি বছৰে প্ৰায় ৯০ হাজাৰ কৰ্মচাৰীক প্ৰত্যক্ষ লাভালাভ আৰু ৭-৮ পেঞ্চনাৰৰ পৰিয়ালক পৰোক্ষভাৱে লাভালাভ প্ৰদানৰ অৰ্থে ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে ৩২০ কোটি টকা ব্যয় কৰিব ।

অহা মাৰ্চ মাহৰ পৰা এই নতুন দৈনিক ভাট্টা প্ৰদান কৰা হ'ব । মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্ট উল্লেখ কৰিছে যে, COVID-১৯ৰ সংকট অব্যাহত থকাৰ বাবে অৰ্থব্যৱস্থাত বিৰূপ প্ৰভাৱ পৰা স্বত্বেও ৰাজ্য চৰকাৰে পেঞ্চনাৰসকলৰ কল্যাণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

:মিজোৰামত চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.