ETV Bharat / bharat

টিটিএএডিচি নিৰ্বাচন স্থগিতঃ নতুন নিৰ্বাচনৰ তাৰিখ ৬ এপ্ৰিল - জিলা পৰিষদৰ নিৰ্বাচন আয়ুক্ত

ত্ৰিপুৰা ৰাজ্যিক নিৰ্বাচন আয়োগৰ সিদ্ধান্তত অসন্তুষ্ট খ্ৰীষ্টান ভোটাৰ ৰাইজ, বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলসমূহ । ৰাজ্যিক নিৰ্বাচন আয়োগে খ্ৰীষ্টান সম্প্ৰদায়ৰ উৎসৱ ইষ্টাৰ চানডেৰ দিনা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্তত অসন্তুষ্ট হৈ পৰিছে । ইষ্টাৰ চানডেৰ বাবে শুকুৰবাৰে হ’ব লগা টিটিএএডিচিৰ এই নিৰ্বাচন দুদিনলৈ স্থগিত ৰখা হৈছে ।

টিটিএএডিচি নিৰ্বাচন স্থগিতঃ ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব নতুন নিৰ্বাচন

author img

By

Published : Mar 13, 2021, 1:59 PM IST

নেশ্যনেল ডেস্ক, ১৩ মাৰ্চ: ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি) ৰ নিৰ্বাচনক লৈ অসন্তুষ্ট খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকল । ত্ৰিপুৰা ৰাজ্যিক নিৰ্বাচন আয়োগৰ সিদ্ধান্তত অসন্তুষ্ট খ্ৰীষ্টান ভোটাৰ ৰাইজ, একাংশ সংগঠন আৰু ৰাজনৈতিক দলসমূহ । ৰাজ্যিক নিৰ্বাচন আয়োগে খ্ৰীষ্টান সম্প্ৰদায়ৰ উৎসৱ ইষ্টাৰ চানডেৰ দিনা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্তত অসন্তুষ্ট হৈ পৰিছে এইসকল ভোটাৰ । ইষ্টাৰ চানডেৰ বাবে শুকুৰবাৰে হ’ব লগা টিটিএএডিচিৰ এই নিৰ্বাচন দুদিনলৈ স্থগিত ৰখাৰ ঘোষণা কৰে ।

টিটিএএডিচি নিৰ্বাচন স্থগিতঃ ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব নতুন নিৰ্বাচন
টিটিএএডিচি নিৰ্বাচন স্থগিতঃ ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব নতুন নিৰ্বাচন

জিলা পৰিষদৰ নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাৰি কৰা এক জাননীত প্ৰকাশ কৰে যে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পাচত ভোটদানৰ তাৰিখ সলনি কৰিবলৈ কেইবাটাও প্ৰতিনিধিত্ব গঠন কৰা হৈছিল । ভোটদানৰ নতুন তাৰিখ অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব । অৱশ্যে, নিৰ্বাচনৰ ফলাফলৰ তাৰিখ ৮ এপ্ৰিলত ঘোষণা কৰাৰ তাৰিখৰ সৈতে একেই আছিল । উল্লেখ্য যে, নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো অহা ১৬ এপ্ৰিলত সমাপ্ত হ'ব ।

লগতে পঢ়ক: সন্ধানহীন ভনীয়েকক ভাৰতত বিচাৰি পালে বাংলাদেশৰ ফজৰুলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.