ETV Bharat / bharat

জম্মু-কাশ্মীৰত চিআৰপিএফ বেটেলিয়নলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ

author img

By

Published : Dec 2, 2020, 12:43 PM IST

জম্মু-কাশ্মীৰৰ ছ'প'ৰেত ১৭৯ চিআৰপিএফ বেটেলিয়ন থকা স্থানলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ । কোনো লোক হতাহত হোৱাৰ খবৰ পোহৰলৈ অহা নাই।

জম্মু-কাশ্মীৰত চিআৰপিএফ বেটেলিয়ন থকা স্থানলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ

নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ: এইবাৰ সন্ত্ৰাসবাদীৰ লক্ষ্য চিআৰপিএফৰ জোৱান । মঙলবাৰে জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ ছ'প'ৰেত সন্ত্ৰাসবাদীয়ে ১৭৯ চিআৰপিএফ বেটেলিয়ন থকা স্থানলৈ লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে। চিআৰপিএফে প্ৰকাশ কৰা তথ্য অনুসৰি, গ্ৰেনেডটো সন্ধিয়া ৭ বজাত মুখ্য প্ৰৱেশ দ্বাৰৰ বাহিৰত বিস্ফোৰণ হয় । কোনো লোক হতাহত হোৱা নাই ।

উল্লেখ্য যে, নৱেম্বৰ মাহত জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত সেনা-আৰক্ষীয়ে অভিযান সন্ত্ৰাসবাদীৰে জড়িত লোকক আটক কৰি বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে । সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে মঙলবাৰে ছ'প'ৰেত গ্ৰেনেড বিস্ফোৰিত হয়।

লগতে পঢ়ক:লোকসভাৰ মহাসচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে উৎপল কুমাৰ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.