ETV Bharat / bharat

Odisha Train Accident : ৰে'ল দুৰ্ঘটনাত নিহত তামিল পৰিয়াললৈ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ ৫ লাখ ক্ষতিপূৰণ ঘোষণা

author img

By

Published : Jun 3, 2023, 1:19 PM IST

ওড়িশাৰ ৰে'ল দুৰ্ঘটনাত মৃতকৰ পৰিয়ালৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে । ইয়াৰ উপৰি তামিলনাডু চৰকাৰে ওড়িশা ৰে'ল দুৰ্ঘটনাত মৃত্যু হোৱা তামিলসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ প্ৰদান কৰিব (CM MK Stalin announced 5 lakh compensation) । আনহাতে, আহতসকলক ১ লাখ টকাৰ ক্ষতিপূৰণ দিব ।

Odisha Train Accident
Odisha Train Accident

নিউজ ডেস্ক, ৩ জুন : ওড়িশাত সংঘটিত ৰে'ল দুৰ্ঘটনাত শোকস্তব্ধ সমগ্ৰ দেশ (Odisha tragic train accident) । ইতিমধ্যে নিহতৰ সংখ্যাই ২০০ অতিক্ৰম কৰিছে । আহত হৈছে হাজাৰৰ ঘৰত । তাৰ মাজতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে (Tamil Nadu Chief Minister M K Stalin) চেন্নাই কেন্দ্ৰীয় ৰে'ল ষ্টেচনৰ নিয়ন্ত্ৰণ কক্ষ পৰীক্ষা কৰে । আনহাতে, ওড়িশা ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত তেওঁ কয় যে ওড়িশা চৰকাৰে ৰাজ্যিক বিষয়াসকলৰ সৈতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

ইয়াৰ উপৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে চেপক্কামৰ ৰাজ্যিক জৰুৰীকালীন নিয়ন্ত্ৰণ কেন্দ্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰিদৰ্শন কৰে । সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকালত তেওঁ কয়, "পশ্চিমবংগৰ পৰা চেন্নাইলৈ অহা ক'ৰ'মণ্ডল এক্সপ্ৰেছত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত ২৩০ জনৰো অধিক লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে; এইটো এটা অতি দুখজনক ঘটনা ।"

"এই দুৰ্ঘটনাৰ বিষয়ে শুনি মই নিশা ওড়িশাৰ মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি তেওঁক কওঁ যে প্ৰয়োজনীয় যিকোনো উদ্ধাকাৰ্যৰ বাবে তামিলনাডু সাজু । তামিলনাডুৰ মন্ত্ৰী উদয়নিধি ষ্টেলিন, শিৱশংকৰ, ৰাজহ বিভাগৰ সচিব, পৰিবহণ বিভাগৰ সচিব আদিক ওড়িশালৈ প্ৰেৰণ কৰা হৈছে ।" তেওঁ লগতে কয় । ইয়াৰ উপৰি বহু আৰক্ষী বিষয়া আৰু ৰাজহ বিষয়াকো প্ৰেৰণ কৰা বুলি তেওঁ কয় (Tamil Nadu CM condolence to Odisha train accident) ।

আনহাতে, দুৰ্ঘটনাটোৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ গঠন কৰা ৰাজ্যিক জৰুৰীকালীন নিয়ন্ত্ৰণ কেন্দ্ৰটো পৰীক্ষা কৰে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে । লগতে দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত হ'ব পৰা লোকসকলক তামিলনাডুলৈ অনাৰ বাবে এখন বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে আহতসকলক চিকিৎসা সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ সাজু হৈছে । আনহাতে, ওড়িশালৈ প্ৰেৰণ কৰা মন্ত্ৰী আৰু বিষয়াসকলে ওড়িশাত ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক প্ৰয়োজনীয় সহায় আগবঢ়াব বুলিও উল্লেখ কৰে । উল্লেখ্য যে দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি শনিবাৰে তামিলনাডু চৰকাৰে ৰাজ্যিক শোক দিৱস দিন পালন কৰিছে ।

উল্লেখ্য, ওড়িশাৰ ৰে'ল দুৰ্ঘটনাত মৃতকৰ পৰিয়ালৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ সাহায্য পুঁজিৰ পৰা সাহায্য প্ৰদানৰ কথা ঘোষণা কৰা হৈছে (PM Modi compensation to Odisha train accident) । ইয়াৰ উপৰি তামিলনাডু চৰকাৰে ওড়িশা ৰে'ল দুৰ্ঘটনাত মৃত্যু হোৱা তামিলসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ প্ৰদান কৰিব (CM MK Stalin announced 5 lakh compensation) । আনহাতে, আহতসকলক ১ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ'ব । লগতে ষ্টেলিনে ঘোষণা কৰে যে ৰে'ল দুৰ্ঘটনাৰ ফলত মুথামিঝাৰিনাৰ কালাইনাৰ কৰুণানিধিশত্যৰ কাৰ্যসূচী বাতিল কৰা হৈছে ।

লগতে পঢ়ক :Odisha Train Accident : ওড়িশালৈ যাব প্ৰধানমন্ত্ৰী; পৰিদৰ্শন কৰিব কটকৰ চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.