পঞ্জাৱৰ বাথিন্দা জিলাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (Statue of Father of Nation Mahatma Gandhi) ভঙাৰ এক ঘটনা পোহৰলৈ আহিছে (Mahatma Gandhi statue vandalized in Bathinda) ৷ জিলাখনৰ তালৱান্দি চাবো উপ-সংমণ্ডলৰ ৰামা মাণ্ডিত এখন ৰাজহুৱা উদ্যানত কোনো দুষ্ট চক্ৰই এই ঘটনা সংঘটিত কৰিছে বুলি ৰামমাণ্ডীবাসী ৰাইজে জনায় (Statue of Mahatma Gandhi broken by mischievous people ৷ এই ঘটনাটো পোহৰলৈ অহাৰ লগে লগে জাতিৰ পিতা মহাত্মা গান্ধীক কৰা অপমানক লৈ ৰামমাণ্ডীবাসী ৰাইজে ক্ষোভিত হৈ পৰে ৷ লগতে ঘটনাৰ প্ৰকৃত তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰামমাণ্ডীবাসী ৰাইজে ৷
Breaking News: পঞ্জাৱত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক অপমান