ETV Bharat / bharat

৫৮ দিনৰ অন্তত পুনৰ মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ

author img

By

Published : Feb 28, 2021, 8:25 PM IST

জোজিলা পাছৰ কাষত বৰফ চাফা কৰাৰ পিছত যাতায়তৰৰ বাবে দেওবাৰে ৫৮ দিনৰ অন্তত বন্ধ থকা শ্ৰীনগৰ-লেহ ঘাইপথটো পুনৰ মুকলি কৰা হয় । অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনবোৰক প্ৰথমতে জোজিলা পাছৰ পৰা লেহ-লাডাখৰ ফালে যাবলৈ অনুমতি দিয়া হৈছে ।

৫৮ দিনৰ অন্তত পুনৰ মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ
৫৮ দিনৰ অন্তত পুনৰ মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰী: তুষাৰপাতৰ বাবে প্ৰায় ৫৮ দিন ধৰি বন্ধ হৈ আছিল শ্ৰীনগৰ-লেহ ঘাইপথ । অৱশেষত বৰষবোৰ ৰাষ্টাৰ পৰা চাফা কৰাৰ পিছত দেওবাৰে মুকলি কৰি দিয়া হয় জোজিলা পাছৰ কাষৰ এই ঘাইপথটো । সীমান্ত পথ সংস্থাই (বিআৰঅ') জনোৱা মতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনবোৰক প্ৰথমতে জোজিলা পাছৰ পৰা লেহ-লাডাখৰ ফালে যাবলৈ অনুমতি দিয়া হৈছে ।

বিআৰঅ'ৰ মতে ৩০-৪০ ফুট বৰফ জমা হোৱাৰ লগতে ভূমিস্খলনৰ ভাবুকি আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বাবে জোজিলা পাছত এক বৃহৎ প্ৰত্যহ্বান হিচাপে দেখা দিছিল । পূৱ লাডাখত চলি থকা সীমান্ত বিবাদৰ বাবে জোজিলা পাছ এক সম্প্ৰসাৰিত সময়ৰ বাবে খোলা ৰখাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে বিআৰঅ'য়ে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ জংঘলত উদ্ধাৰ ৫ বছৰীয়া কিশোৰীৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.