ETV Bharat / bharat

জম্মু-কাশ্মীৰত সতীৰ্থক গুলীচালনা আৰক্ষী বিষয়াৰ - উধামপুৰ

শনিবাৰে নিশা এগৰাকী আৰক্ষী বিষয়াই তেওঁৰেই সহকৰ্মীক গুলীয়াই । সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

জম্মু-কাশ্মীৰত সতীৰ্থ আৰক্ষীক গুলীচালনা
জম্মু-কাশ্মীৰত সতীৰ্থ আৰক্ষীক গুলীচালনা
author img

By

Published : Mar 28, 2021, 3:28 PM IST

নেশ্যনেল ডেস্ক, ২৮ মাৰ্চ: শনিবাৰে নিশা জম্মু-কাশ্মীৰৰ উধামপুৰ জিলাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । ঘটনা অনুসৰি, এগৰাকী বিশেষ আৰক্ষী বিষয়াই তেওঁৰেই সহকৰ্মীৰ ওপৰত গুলিচালনা কৰে । ফলত গুৰুতৰ ভাৱে আহত হয় আৰক্ষী গৰাকী ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, দুয়োগৰাকীৰ মাজত হতাহতি আৰম্ভ হৈছিল যাৰ ফলত এই ঘটনাটো সংঘটিত হয় । সম্প্ৰতি আহত আৰক্ষীগৰাকীক উধমপুৰৰ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আৰক্ষী গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: এণ্টিলিয়া কাণ্ড: দুগৰাকী বিষয়াক নিয়াৰ জেৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.