ETV Bharat / bharat

শ্ৰীকৃষ্ণ জন্মভূমিৰ মালিকীস্বত্ব: সোমবাৰে আদালতৰ শুনানি গ্ৰহণ

author img

By

Published : Jan 4, 2021, 12:09 PM IST

শ্ৰীকৃষ্ণৰ জন্মভূমিৰ মালিকীস্বত্ব বিচাৰি কৰা আবেদনৰ শুনানি ৷ নিজকে শ্ৰী কৃষ্ণ ভগৱানৰ বংশধৰ বুলি দাবী কৰি লক্ষ্নৌৰ নিৱাসী মনীষ যাদৱে দাখিল কৰিছিল এই আবেদন ৷ মালিকীস্বত্বৰ লগতে উক্ত অঞ্চল বেদখলমুক্ত কৰাৰ বাবেও দাবী আবেদনকাৰীৰ ৷

hearing in shri krishna Janmabhoomi case today
শ্ৰীকৃষ্ণৰ জন্মভূমিৰ মালিকীস্বত্ব বিচাৰি কৰা আবেদনৰ শুনানি ৷

নেচনেল ডেস্ক, 4 জানুৱাৰী: শ্ৰীকৃষ্ণৰ জন্মভূমিৰ মালিকীস্বত্ব বিচাৰি আৰু উক্ত অঞ্চল বেদখল মুক্ত কৰাৰ দাবীৰে আদালতত দাখিল কৰা দাবীৰ শুনানি সোমবাৰে গ্ৰহণ কৰা হ'ব ৷ 22 ডিচেম্বৰত হিন্দু আৰ্মী চীফ সংগঠনে ভগৱান শ্ৰী কৃষ্ণৰ বংশধৰ বুলি দাবী কৰি আদালতত এখন 29 পৃষ্ঠা জোৰা আবেদন দাখিল কৰিছিল ৷

লক্ষ্নৌৰ নিৱাসী মনীষ যাদৱে নিজকে শ্ৰী কৃষ্ণ ভগৱানৰ বংশধৰ বুলি দাবী কৰি মথুৰাৰ আদালতত অধিবক্তা পংকজ যোশীৰ সহায়ত শ্ৰীকৃষ্ণৰ জন্মভূমিৰ মালিকীস্বত্ব দাবী কৰি আবেদন দাখিল কৰিছিল ৷ চুন্নী বাকফ বৰ্ড, শাহী ইদগাহ কমিটীৰ লগতে শ্ৰী কৃষ্ণ জন্মস্থান সোৱা সংস্থানৰ লগ হৈ মনীষ যাদৱে উক্ত আবেদন জনাইছিল ৷

সোমবাৰৰ শুনানিত আদালতত হিন্দু আৰ্মী চীফ মনীষ যাদৱৰ লগতে অধিবক্তা সকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:উত্তৰ প্ৰদেশত ধৰ্ম পৰিৱৰ্তন কৰা এটা পৰিয়ালৰ বাসগৃহত অগ্নিসংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.