ETV Bharat / bharat

তেলেংগানাত আৰম্ভ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

author img

By

Published : May 25, 2021, 1:21 PM IST

তেলেংগানা চৰকাৰে আৰম্ভ কৰিলে ক’ভিড 19 ৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী । ৰাজ্য চৰকাৰে মঙলবাৰৰ পৰা আৰম্ভ কৰে এই কাৰ্যসূচী । এই কাৰ্যসূচী ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়ত আৰম্ভ হৈছে । লগতে প্ৰতিখন জিলাৰ চৰকাৰী টীকাকৰণ কেন্দ্ৰসমূহতো এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।

SECOND DOSE VACCINATION
তেলেংগানাত আৰম্ভ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

নেশ্যনেল ডেস্ক,২৫ মে': দেশত কৰ'ণাৰ সংক্ৰমণ অব্যাহত আছে । প্ৰতিখন ৰাজ্যই প্ৰভাৱান্বিত হৈছে কৰ'ণাৰ দ্বিতীয় ঢৌত । সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতিখন ৰাজ্যই অব্যাহত ৰাখিছে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী । দেশৰ লাখ লাখ লোকে প্ৰতিদিনে গ্ৰহণ কৰিছে প্ৰতিষেধক ।

ইয়াৰ মাজতে তেলেংগানা চৰকাৰে আৰম্ভ কৰিলে দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী । ৰাজ্য চৰকাৰে মঙলবাৰৰ পৰা আৰম্ভ কৰে এই কাৰ্যসূচী । এই কাৰ্যসূচী ৰাজ্যখনৰ সকলো চৰকাৰী চিকিৎসালয়ত আৰম্ভ হৈছে । লগতে প্ৰতিখন জিলাৰ চৰকাৰী টীকাকৰণ কেন্দ্ৰসমূহতো এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে । ইফালে চৰকাৰে ৰাজ্যখনত চুপাৰ স্প্ৰেডাৰসকলক বিশেষভাৱে টীকাকৰণ কৰাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক: অৱশেষত আৰক্ষীৰ জালত অযোধ্যা হত্যাকাণ্ডৰ মূল অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.