ETV Bharat / bharat

কমলনাথ প্ৰসংগ : অটল থাকিব নিৰ্বাচন আয়োগৰ সিদ্ধান্ত - কংগ্ৰেছ নেতা কমলনাথ

শুনানিৰ সময়ত ভাৰতীয় নিৰ্বাচন আয়োগৰ পক্ষৰ জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে শীৰ্ষ আদালতক জনায় যে, আয়োগে আইনৰ মতেই কাম কৰিছিল আৰু কমলনাথৰ স্থিতিক স্থগিত কৰিছিল ৷

SC stays ECI's decision to revoke Kamal Nath's star campaigner status
কমলনাথ প্ৰসংগঃ অটল থাকিব নিৰ্বাচন আয়োগৰ সিদ্ধান্ত
author img

By

Published : Nov 2, 2020, 7:26 PM IST

নিউজ ডেস্ক, 2 নৱেম্বৰ : উচ্চতম ন্যায়ালয়ে সোমবাৰে মডেল ক‘ড অৱ কণ্ডাক্ট (এম.চি.চি.) ৰ উলংঘন কৰাৰ বাবে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা কমলনাথক তাৰকা প্ৰচাৰক হিচাপে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত ভাৰতীয় নিৰ্বাচন আয়োগে বাধা দিয়া ঘটনাৰ শুনানি স্থগিত ৰাখে ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবড়েৰ অধ্যক্ষতাত শীৰ্ষ আদালতৰ এখন পীঠে কয় যে, আমি বিষয়ক তেতিয়ালৈকে স্থগিত ৰাখো, যেতিয়ালৈকে আমি বিষয়টো সন্দৰ্ভত শুনানি প্ৰদান নকৰো ৷ উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দ্বাৰা ভাৰতীয় নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি কৰি আছিল যাতে তেওঁৰ স্থিতিক স্থগিত কৰিব পৰা যায় ৷

শুনানিৰ সময়ত ভাৰতীয় নিৰ্বাচন আয়োগৰ পক্ষৰ জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে শীৰ্ষ আদালতক জনায় যে, আয়োগে আইনৰ মতেই কাম কৰিছিল আৰু কমলনাথৰ স্থিতিক স্থগিত কৰিছিল ৷

লগতে পঢ়ক: বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সতীশ প্ৰসাদ সিঙৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.