ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ত কৰ’ণাতংক: ক’ৰণাত আক্ৰান্ত 80 গৰাকী কৰ্মচাৰী

author img

By

Published : Apr 12, 2021, 4:01 PM IST

Updated : Apr 12, 2021, 4:47 PM IST

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ চৌহদ আৰু সকলো ৰূম ছেনিটাইজ কৰা হয় । সকলো ন্যায়াধীশে এতিয়া ঘৰৰ পৰাই কাম কৰিব আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব ।

SC judges to hear cases from residence after staff test COVID positive
উচ্চতম ন্যায়ালয়ত কৰুণাতংক: ক’ৰণাত আক্ৰান্ত 80 গৰাকী কৰ্মচাৰী

নিউজ ডেস্ক, 12 এপ্ৰিল : অৱশেষত উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ ক’ৰণা ভাইৰাছ ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰায় 80 গৰাকী কৰ্মচাৰী ক’ৰণাত আক্ৰান্ত হৈছে । ফলত সকলো ন্যায়াধীশে এতিয়া ঘৰৰ পৰাই কাম কৰিব আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব ।

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ চৌহদ আৰু সকলো ৰূম ছেনিটাইজ কৰা হয় । ক’ৰণা ভাইৰাছৰ বাবে এতিয়া বিভিন্ন পীঠসমূহ নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পলমকৈ বহিব আৰু শুনানি গ্ৰহণ কৰিব । যাৰ বাবে পুৱা 10.30 বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া গোচৰৰ শুনানি 11.30 বজাৰ পৰা আৰু 11 বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া গোচৰৰ শুনানি 12 বজাৰ পৰা গ্ৰহণ কৰা হ’ব ৷

লগতে পঢ়ক : তিপ্ৰা মথাৰ প্ৰস্তাৱিত বিজয় সমদল স্থগিত

Last Updated : Apr 12, 2021, 4:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.