ETV Bharat / bharat

Rainbow Fruit Salad: গ্ৰীষ্মকালত আপোনাক সতেজ কৰি ৰখাত সহায় কৰিব এই চালাডে - Rainbow Salad Making process

গ্ৰীষ্মকালত বিভিন্ন প্ৰকাৰে আপুনি পানীৰে সমৃদ্ধ ফলৰ চালাড তৈয়াৰ কৰি খাব পাৰে । ই আপোনাক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে । আহকচোন জানো আমি কেনেকৈ ঘৰতে অতি সহজে এই চালাড তৈয়াৰ কৰিব পাৰো ।

Rainbow Fruit Salad will work to keep you cool and healthy in summer, note the recipe
গ্ৰীষ্মকালত আপোনাক সতেজ কৰি ৰখাত সহায় কৰিব এই চালাডে
author img

By

Published : Mar 26, 2023, 6:04 AM IST

গ্ৰীষ্মকালত নিজকে শীতল আৰু শৰীৰত পানীৰ অভাৱ নহ'বৰ বাবে আপুনি বিভিন্ন দৰণৰ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে । পানীৰে সমৃদ্ধ খাদ্যই গ্ৰীষ্মকালত আপোনাৰ শৰীৰৰ বাবে বহু উপকাৰ সাধন কৰে(Salad)। গ্ৰীষ্মকালত আপুনি বহু ধৰণৰ ৰসাল ফলৰ সৈতে চালাড তৈয়াৰ কৰি খাব পাৰে । এই ফলবোৰত বহুতো পুষ্টিকৰ উপাদান থাকে । ৰসাল ফল খাবলৈ এইটো এটা নিখুঁত বতৰ । জাংক ফুড খোৱাৰ পৰিৱৰ্তে এই ফলৰ চালাডো খাব পাৰে(Rainbow Fruit Salad)।

বিভিন্ন ৰঙৰ ফল ব্যৱহাৰ কৰি এই চালাড তৈয়াৰ কৰা হয়(Salad Making)। সেইবাবেই ইয়াক ৰামধেনু ফলৰ চালাড বুলিও কোৱা হয় । আপুনিও ঘৰতে অতি সহজে এই চালাড প্ৰস্তুত কৰিব পাৰে, জানি লওক ইয়াক তৈয়াৰ কৰা পদ্ধতি(Rainbow Salad Making process)।

Rainbow Fruit Saladৰ উপাদান

ষ্ট্ৰবেৰী ১/২ কাপ কাটি লোৱা

১/২ কাপ কটা ব্লুবেৰী

১/২ কাপ কটা ৰাছবেৰী

১/২ কাপ কটা ব্লেকবেৰী

১/২ কাপ আপেল সৰু সৰুকৈ কাটি লোৱা

কমলা বাকলি গুচাই গুটি আঁতৰোৱাকৈ ১/২ কাপ

আঙুৰ ১/২ কাপ

১/২ কাপ খৰবুজ সৰু সৰু কিউবত কাটি লোৱা

ড্ৰেছিঙৰ বাবে আপুনি এচামুচ নেমুৰ ৰস, এচামুচ মৌ আৰু পদিনা পাতৰ প্ৰয়োজন হ’ব ।

Rainbow Fruit Salad কেনেকৈ তৈয়াৰ কৰিব পাৰি

পদ্ধতি ১

এটা বাটিত নেমুৰ ৰস আৰু মৌ ভালদৰে মিহলাই লওক ।

পদ্ধতি ২

ৰুচি অনুসৰি নিমখ, জালুক আৰু চাট মছলা দিব ।

পদ্ধতি ৩

এটা ডাঙৰ ফলৰ বাটিত সকলো কটা ফল ভৰাই দিব । তাৰ ওপৰত ড্ৰেছিং দিব ।

পদ্ধতি ৪

এই আটাইবোৰ ভালদৰে মিহলাই লওক । পদিনা পাতেৰে সজাই লওক । এতিয়া পৰিবেশন কৰক ।

Rainbow Fruit Salad খোৱাৰ উপকাৰিতা

এই ফলবোৰত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে । ইহঁতে শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰাৰ কাম কৰে । ই আপোনাক স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ পৰা ৰক্ষা কৰাত সহায় কৰে । এই ফলবোৰে শৰীৰত পানীৰ অভাৱৰ অনুমতি নিদিয়ে । ইহঁত খালে শক্তি শৰীৰত থাকে । এই ফলবোৰতো বহুতো ভিটামিন থাকে । এইবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে । ইয়াৰ ফলত সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি । ইয়াৰ লগতে ইহঁত অতি সোৱাদযুক্ত হয় ।

লগতে পঢ়ক: Health Tips: স্বাস্থ্যকৰ বুলি গণ্য কৰি গ্ৰহণ কৰিছে নেকি এই ৬বিধ খাদ্য ? তেন্তে আজিয়েই বৰ্জন কৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.