ETV Bharat / bharat

ভাৰতীয় ৰে'লৱে মুকলি কৰিলে Hospital Management Information System (HMIS)

ৰে'লৱে কৰ্মচাৰী সকলৰ সুবিধাৰ্থে ভাৰতীয় ৰে'লৱে আনুষ্ঠানিকভাৱে মুকলি কৰিলে Hospital Management Information System (HMIS) আৰু এটা মবাইল এপ ৷ সোমবাৰে এক ভিডিঅ কনফাৰেন্সৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰে ৰে'লৱে বৰ্ডৰ চেয়াৰমেন বিনোদ কুমাৰ যাদবে ৷

Hospital Management Information System (HMIS)
ভাৰতীয় ৰে'লৱে মুকলি কৰিলে Hospital Management Information System (HMIS)
author img

By

Published : Dec 29, 2020, 8:32 AM IST

নিউজ ডেস্ক, 29 ডিচেম্বৰ: ভাৰতীয় ৰে'লৱে সোমবাৰে দক্ষিণ কেন্দ্ৰীয় ৰে'লৱেৰ পাঁচটা ইউনিট আৰু উত্তৰ ৰে'লৱেৰ দুটা ইউনিটত Unique Medical Identity Card(UMID) ডাউনলোডৰ বাবে Hospital Management Information System (HMIS) আৰু এটা মবাইল এপ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ৷

হায়দৰাবাদৰ লালাগোদা চেন্ট্ৰল হাস্পতালত সফল পৰীক্ষণে মুকলি কৰা হয় এই দুয়োটা ব্যৱস্থা ৷ এই সেৱা ৰে'লৱে বৰ্ডৰ চেয়াৰমেন বিনোদ কুমাৰ যাদবে এক ভিডিঅ কনফাৰেন্সৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

লগতে পঢ়ক:প্ৰাপ্য আদায়ৰ দাবীত চচলত নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.